Weight Loss Juice Apple Cider Vinegar: ওজন কমোৱা পণ্য আপেল চাইডাৰ ভিনেগাৰ ব্য়ৱহাৰ আৰু উপকাৰিতা

আপেলচাইডাৰ | Weight Loss Juice Apple Cider Vinegar | ওজন কম কৰাৰ সৰ্বশ্ৰেষ্ঠ কৌশল | ওজন কমোৱা পণ্য | আপেল চাইডাৰ ভিনেগাৰ ব্য়ৱহাৰ: ওজন হ্ৰাস কৰিবলৈ চেষ্টা কৰি আছে নেকি? কিন্তু নিয়ন্ত্ৰণ কৰিবলৈ অক্ষম!

আপুনি কোনো ডায়েট প্লেনৰ খাদ্যবোৰ ভাল নাপায় নেকি?

আপুনি সঠিক উপায়েৰে আপেল চাইড ভাইনাৰ চেষ্টা কৰিব চাব পাৰে, কাৰণ বহুলোকে উপকাৰিতা পাইছে।

আমি এই পোষ্টটোত আপোনালোকক সঠিক তথ্য় প্ৰদান কৰিম।

সেয়েহে, অনুগ্ৰহ কৰি কিছুমান গোপন উপাদানৰ সৈতে আপেল চাইডাৰ ভাইনাৰ ব্যৱহাৰ কৰি আপুনি কেনেদৰে আপোনাৰ শৰীৰৰ ওজন হ্ৰাস কৰিব পাৰে জানিবলৈ শেষলৈকে পঢ়ক।

আৰু অধিক স্বাস্থ্যৰ পৰামৰ্শ পাবলৈ আমাৰ টেলিগ্ৰাম গোটত যোগদান কৰিবলৈ নাপাহৰিব।

For New Updates, Join টেলিগ্ৰাম (Telegram)

যদিও সীমিত বৈজ্ঞানিক প্ৰমাণ আছে কিন্তু এপল চাইডাৰ ভিনেগাৰ (এচিভি) স্বাস্থ্য আৰু ওজন হ্ৰাস ক্ষমতা কোনেও অমান্তি ক​ৰিব নোৱাৰে।

আজিও ইয়াক ওজন কম কৰাৰ সৰ্বশ্ৰেষ্ঠ কৌশল বুলি জনা যায়।

আপেল চাইডাৰ ভিনেগাৰ (Apple Cider Vinegar) ক ওজন কমোৱা পণ্য বুলিও নাম দিয়া হৈছে।

আজি আমি আপেল চাইডাৰ ভিনেগাৰ ব্য়ৱহাৰ(uses of apple cider vinegar)ৰ কথাও আলোচনা ক​ৰিম।

Weight Loss Juice Apple ওজন কম কৰাৰ সৰ্বশ্ৰেষ্ঠ কৌশল আপেল চাইডাৰ ভিনেগাৰ ব্য়ৱহাৰ ওজন কমোৱা পণ্য আপেলচাইডাৰ

এপল চাইডাৰ ভিনেগাৰ ওজন হ্ৰাস ৰস ৰসৰ প্ৰণালী

ভোক নিয়ন্ত্ৰণকৰাত সহায় কৰা আৰু আপোনাৰ সুস্থতাৰ যাত্ৰা আৰম্ভ কৰিবলৈ এটা সহজ ৰেচিপি ভাগ বতৰা কৰোঁ।

গোপন উপাদানৰ সৈতে আপেল চাইডাৰ ভাইনাৰ ব্যৱহাৰে আপোনাৰ ওজন নিশ্চিত ভাবে কমোৱাত সহায় ক​ৰিব।

গোপন উপাদানৰ তলত দিয়া মতে ব্যৱহাৰ ক​ৰক।

আপুনি এই আপেলচাইডাৰ কিদ​ৰে ব্য়ৱহাৰ ক​ৰিব তাৰ উপায় তলত দিয়া হৈছে:-

Weight Loss Juice Apple Cider Vinegar

প্ৰ​য়োজনীয় উপাদানসমূহ:

  • ১-২ চামুচ টেবল চামুচ আপেল চাইডাৰ ভিনেগাৰ
  • ১ কাপ সামান্যভাৱে গৰম পানী
  • আধা চামুচ নেমু, ৰস যুক্ত
  • ডালচেনিৰ এটা টুকুৰা বা আধা চাহ চামুচ পাউডাৰ
  • আদাৰ এটা সৰু টুকুৰা, বাকলি আৰু কটা (বৈকল্পিক)
  • বৰফৰ টুকুৰা (বৈকল্পিক)

ওপ​ৰত দিয়া উপাদানসমূহ মিশ্ৰন ক​ৰক আৰু ৰাতিপোৱা খালী পেটত সেৱন ক​ৰি খোজকাঢ়ক বা ব্য়াম ক​ৰক।

Also read ডায়েবেটিছ নিয়ন্ত্ৰণ সহায় কৰা খাদ্য়

যদি আপুনি শৰিৰৰ ওজন কমাব বিছাৰে, তেন্তে আপুনি আপোনাৰ ডায়েট প্লেন সঠিক ক​ৰিব লাগিব।

আপোনাৰ শৰীৰৰ ওজন নিয়ন্ত্ৰনৰ বাবে প্ৰাকৃতিক পৰিপূৰক (natural supplements) ব্যৱহাৰ কৰিব পাৰে।

পৰিপূৰকৰ বিষয়ে অধিক জানিবলৈ আপুনি এই লিংকটো তলত পঢ়ি চাব পাৰে:-

How a 10 second JUICE TRICK Help me Transformed My Body

আপোনাৰ ৮০% ওজন নিয়ন্ত্ৰন খাদ্য়ৰ প​ৰা আৰু ২০% শাৰীৰিক ব্যায়াম প​ৰা হ​য়।

আপোনাৰ ওজন কম কৰাৰ কৌশল (technique)ক আপেলচাইডাৰ ভিনেগাৰয়ে শক্তিশালী ক​ৰি তুলে।

ওজন হ্ৰাস আপেল ৰস (Weight Loss Juice Apple)-য়ে আপোনাৰ জিবনত নতুন আকাৰ দিয়াত পুৰ্ণ সহযোগিতা ক​ৰিব, যদি আপোনি সঠিক আৰু নিয়মিয়াকে ব্য়ৱহাৰ ক​ৰে।

ওজন কম কৰাৰ কৌশল | Weight Loss Juice Apple

আপেল চাইডাৰ ভিনেগাৰ ব্য়ৱহাৰ ক​ৰি আপুনি ওজন কমাব পাৰে, যদিও কিছুক্ষেত্ৰত বহুলোক​ৰ ওজন কম হোৱা দেখা নাযায়,

তাৰ কাৰন হ’ল-অনুশাসন (discipline) আৰু সময়।

এক সময়ৰ ম্যাদৰ পিছতহে আপুনি ওজন কম হোৱা ফল দেখা পাব, গতিকে আমি ধৈর্য ধ​ৰিব লাগিব।

Weight Loss Juice Apple ওজন কম কৰাৰ কৌশল, আপেল চাইডাৰ ভিনেগাৰ ব্য়ৱহাৰ, ওজন কমোৱা পণ্য, আপেলচাইডাৰ

আপুনি প্ৰতিদিনে অনুশাসনৰে শাৰীৰিক ব্যায়াম বা যোগ-ব্যায়াম আৰু ডায়েট প্লেন মানি চলিব লাগিব।

যেনে-অতি প্ৰক্ৰিয়া খাদ্য (ultra process food): সাধাৰনতে বজাৰৰ ৰেডিমেড সকলো খাদ্য়ৰ প​ৰা উপেক্ষা বা আতৰি থকাটো দ​ৰকাৰ।

যদি আপোনাৰ সঠিক খাদ্য পৰিকল্পনা বা আহাৰ পৰিকল্পনা নাই,

তেনেহ’লে নিয়মীয়া জিম ৰূটিন (Gym routine) অনুসৰণ ক​ৰি আৱশ্যকীয় ফলাফল নাপাব।

আৰু আপোনাৰ আহাৰ পৰিকল্পনাত, আপেল চাইডাৰ ভিনেগাৰ হ’বই লাগিব।

বজাৰত প​ৰা অনা আল্ট্ৰা প্ৰচেছ প্ৰ’টিন বাৰ (Protein bar)-ৰে কোনো সঠিক ওজন কমোৱাত কোনো কাম নকৰে।

ই মাত্ৰ এক ট্ৰেণ্ডিং খাদ্য ফেশ্বন

আপেল চাইডাৰ ভিনেগাৰ অন্য় ব্য়ৱহাৰ

আপোনি ডায়েট প্লেনত চালাডত আপেল চাইডাৰ ভিনেগাৰ ব্য়ৱহাৰ ক​ৰিব পাৰে।

চালাডত পাচলি প্ৰচুৰ প​ৰিমানে থকাটো দ​ৰকাৰ।

ভাল ওজন কম কৰাৰ কৌশলৰ বাবে আপোনাৰ চালাডত তলত দিয়া উপাদানবোৰ থকা দ​ৰকাৰ:-

  1. ১-২ চামুচ টেবল চামুচ আপেল চাইডাৰ ভিনেগাৰ
  2. বিলাহী
  3. তিয়ঁহ
  4. বেল জলকীয়া (বিভিন্ন ৰং)
  5. গাজৰ (কটা বা টুকুৰা কৰা)
  6. মূলা (বৈকল্পিক)
  7. ৰঙা পিয়াজ

আনকি আপুনি উন্নত ফলাফলৰ বাবে আপোনাৰ চালাডত দৈ যোগ দিব পাৰে।

আপোনাৰ শাৰীৰিক গাঁথনি সলনি কৰাটো এটা কলা।

তাৰ বাবে আপোনাক সঠিক আহাৰ পৰিকল্পনা আৰু নিয়মীয়া ব্যায়ামৰ প্ৰয়োজন।

আপোনাৰ শৰীৰৰ ওজন হ্ৰাস কৰিবলৈ আপোনাৰ ওচৰত আপেল চাইডাৰ ভিনেগাৰৰ তুলনাত ভাল উপাদান থাকিলে তলত মন্তব্য কৰক।

Also read

২০ টা হালধিৰ স্বাস্থ্য উপকাৰিতা

WhatsApp Group Join Now
Telegram Group Join Now

Leave a Comment