Vishwakarma puja wishes assamese free download : বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা বার্তা,ছবি আৰু video message

Vishwakarma puja wishes assamese free download এইবাৰ বিশ্বকৰ্মা পূজা বুধ, (তাৰিখ:-১৭ ছেপ্টেম্বৰ, ২০২৫)ত অনুষ্ঠিত হ’ব।

এই ব্লগ পোষ্টটোত আমি বিশ্বকৰ্মা পূজাৰ শ্ৰেষ্ঠ কামনা assamese free download ৰ বিষয়ে অন্বেষণ কৰিম।

বিশ্বকৰ্মা পূজা ২০২৫ ৰ শুভেচ্ছা সম্পৰ্কীয় ভিডিঅ’, ইমেজ আৰু whatsapp status message সমূহো আমি অসমীয়াত এই লিখনিত শ্বেয়াৰ কৰিম।

ভগৱান বিশ্বকৰ্মা হ’ল এক অভিযন্তা, আৰু শিল্পীৰো শিল্পী যি যান্ত্ৰিক, আৰু স্থপতিবিদৰ পৃষ্ঠপোষক কৰা দেৱতা।

আমাৰ সকলোৰে কাৰিগৰী দক্ষতা बाबा বিশ্বকৰ্মাৰ এক অতুলনিয় বৰদান মাথোন!

Vishwakarma puja wishes photos

আহক, বিশ্বকৰ্মা পূজাৰ বাৰ্তা আৰু ছবি অন্বেষণ আৰু share কৰোঁ, যিয়ে আমাক কাম কৰিবলৈ সাহস দিব আৰু আমি সকলোৱে আগবাঢ়ি যাব পাৰিম।

বিশ্বকৰ্মা পূজাৰ আৰতি

যিকোনো পূজাৰ মূল ভাগ হল আৰতি আৰু আপুনি বিশ্বকৰ্মা পূজাৰ আৰতি তলত দিয়া দ​ৰে ক​ৰিব পাৰে।

জয় বিশ্বকৰ্মা দেৱা, শিল্পীৰ প্ৰদীপ
তুমি বিনে নাই আনে, কৰ্মৰ পৰশমণি॥
জয় বিশ্বকৰ্মা দেৱা…

স্বৰ্গ মৰ্ত্য পাতালৰ, তুমিয়েই শিল্পী
সৃষ্টি ৰক্ষা সংহাৰৰ, তুমিয়েই কৰ্তা॥
জয় বিশ্বকৰ্মা দেৱা…

ব্ৰহ্মাৰ স্ৰজনী শক্তি, বিষ্ণুৰ পালন
শিৱৰ সংহাৰ শক্তি, তুমিয়েই ধৰা॥
জয় বিশ্বকৰ্মা দেৱা…

Vishwakarma puja wishes photos

দেৱতাৰ অস্ত্ৰশস্ত্ৰ, ৰথ-বিমান
তুমি বিনে ইয়াক আনে, নোৱাৰে গঢ়িব॥
জয় বিশ্বকৰ্মা দেৱা…

কলিযুগৰ যন্ত্ৰৰ, তুমিয়েই দেৱতা
কাৰখানা গাড়ী-মটৰ, তুমিয়েই ৰচোতা॥
জয় বিশ্বকৰ্মা দেৱা…

হাতৰ সাৱলীয়া, যি কৰে কাম
তুমি তাৰ সঙ্গী হোৱা, দিয়া আশীৰ্বাদ॥
জয় বিশ্বকৰ্মা দেৱা…

Vishwakarma puja wishes photos

আৰতি কৰোঁ তোমাৰ, হে বিশ্বকৰ্মা
সদায় ৰাখিবা মোৰ, কাম-বন সফল॥
জয় বিশ্বকৰ্মা দেৱা…

Happy Vishwakarma puja wishes in assamese

বিশ্বকৰ্মা পূজা কেতিয়া হব, তাৰিখ, শুভ সময়, আৰু ইয়াৰ মহত্বৰ বিষয়ে জানিবলে এই লেখাটো আয়োজন কৰা হৈছে।

১৭ ছেপ্টেম্বৰ, ২০২৫ বুধবাৰে বিশ্বকৰ্মা পূজা পালন কৰা হ’ব, যিটো ভগৱান বিশ্বকৰ্মা আৰু শিল্পীৰ ভগৱান হিচাপে বিশেষ মহত্ব পোৱা দিবস।

viswakarma puja assamese photo

ভাৰতবৰ্ষৰ সকলো সৰু আৰু ডাঙৰ কাৰখানা, ব্যৱসায় প্রতিষ্ঠান, যন্ত্ৰ-পাতি শাখাসমূহত এই পূজা উৎসাহভৰে উদযাপিত হয়।

এই শুভ দিনটোত ভগৱান বিশ্বকৰ্মাৰ আশীৰ্বাদ বিচাৰি সকলোৰে কামৰ লগতে জীৱনো উন্নতি লাভ কৰে।

“Happy Vishwakarma puja wishes in assamese” এয়া আমাৰ পৰম্পৰাগত আৰু আধুনিক শুভেচ্ছাৰ সংমিশ্ৰণ।

এইবাৰো, Vishwakarma puja wishes assamese বণায় আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীক উৎসৱৰ শ্ৰেষ্ঠ শুভেচ্ছা জনাব পাৰে।

শুভেচ্ছাৰ মাজত আমি “Vishwakarma puja mantra assamese” আৰু related শ্লোকো অন্তর্ভুক্ত কৰিব পাৰোঁ যিয়ে পূজাক অধিক পবিত্রতা দিয়ে।

আপোনাৰ হাতৰ দক্ষতা, মনৰ ভক্তি।
সফলতাৰ পদযাত্রা, বিশ্বকৰ্মাৰ কৃপা সদায় বিৰাজমান হওক ।
বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা যাচিলোঁ!


শ্ৰমৰ সোণালী ফলনৰ দেৱতা বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা যাচিলোঁ!

বিশ্বকৰ্মাৰ আশীৰ্বাদেৰে, আপুনি গঢ়ি তুলক সাফল্যৰ এক সুন্দৰ সৃষ্টি।


বিশ্বকৰ্মাৰ আশীৰ্বাদেৰে, আপুনি গঢ়ি তুলক সাফল্যৰ এক সুন্দৰ সৃষ্টি।
বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা যাচিলোঁ!


যি নিজৰ হাতৰ দক্ষতাৰে গঢ়ি তুলিছে আমাৰ সমাজত , তেওঁক শত শত নমন। শুভ বিশ্বকৰ্মা পূজা।

Vishwakarma puja wishes assamese


সকলো কাৰখানাত প্ৰাণপ্ৰতিষ্ঠা কৰা বাবা বিশ্বকৰ্মাক শত শত প্ৰণাম ।
বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা যাচিলোঁ!

Vishwakarma puja wishes status video assamese


আমাৰ কৰ্ম​ৰ দাতা কাৰিকৰ তথা বাবা বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ!


কেৱল যন্ত্ৰ নহয়, বিশ্বকৰ্মাই যেন আপোনাৰ পৰিকল্পনা, ধৈৰ্য্য আৰু কৰ্মকো সুত্ৰময় কৰে।


হাতত শ্ৰমৰ গৌৰৱ, চকুত সৃষ্টিৰ সৌন্দৰ্য্য, আৰু হৃদয়ত জ্ঞান দিয়া বাবা বিশ্বকৰ্মাৰ আশীৰ্বাদ বিচাৰিলো!
Happy Biswakarma Puja 2025


আমি শিল্পীৰ হাতত কেচা মটি সোণ হোৱা দেখা পাওঁ, আৰু এয়া মাথোন বাবা বিশ্বকৰ্মাৰ কৃপা!! শুভ বিশ্বকৰ্মা পূজা!

Aslo read দুৰ্গা পূজাৰ শুভেচ্ছা বাণী

ডিজিটেল মাধ্যম বৃদ্ধি পোৱাৰ লগে লগে আমি দিব ভাল পোৱা হৈছো, Vishwakarma puja wishes assamese free download link

তলত দিয়া হৈছে, যাৰ মাধ্যমেৰে অনলাইনেও এই পূজাৰ message share আনন্দ ভাগ লব পাৰে।

Happy Vishwakarma puja assamese photo

বাবা বিশ্বকৰ্মা পূজাৰ লগত জড়িত “Happy Vishwakarma puja assamese photo” ইণ্টাৰনেটত উপলব্ধ আছে।

এই ফটোবোৰ বিশেষদৰে ডিজাইন কৰা যাতে আপুনি আপোনাৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ মাজত উৎসৱৰ ম​ৰম বৃদ্বি ক​ৰিব পাৰে।

ভগৱান বিশ্বকৰ্মাৰ ছবি, যন্ত্ৰৰ প্ৰতিমূৰ্তি, পূজাৰ দৃশ্য আদি ফটোসমূহে উৎসৱৰ আনন্দ গভীৰ কৰি তুলে।

Facebook, WhatsApp, Instagram আদিত শ্বেয়াৰ কৰিব পৰা এই ছবি আপোনাৰ মনোযোগ আকৰ্ষণ কৰিব পাৰে।

Vishwakarma puja wishes assamese

WhatsApp status হিচাবে “Happy Vishwakarma puja assamese status” আৰু

“Assamese Vishwakarma puja status video” ব‍্যৱহাৰ কৰি আপুনি এই উৎসৱৰ শুভেচ্ছা প্ৰচাৰ কৰিব পাৰে।

ছবিৰ সৈতে সংগতি ৰাখি ভিডিঅঽ বাৰ্তাই উৎসৱৰ পৰিৱেশ আনন্দময় কৰি তুলে ,

Vishwakarma puja wishes assamese

যাৰ ফলত বিশ্বকৰ্মা পূজা সম্পৰ্কীয় শুভেচ্ছাসমূহ ফলপ্ৰসূভাৱে শ্বেয়াৰ কৰিব পৰা যায়।

Happy Vishwakarma puja assamese status

আজিৰ ছ’চিয়েল মিডিয়াৰ যুগত Happy Vishwakarma puja assamese status বাৰ্তা অনলাইন উদযাপনৰ বাবে অপৰিহাৰ্য।

Vishwakarma puja wishes assamese

আপোনালোকৰ বাবে আমি best বিশ্বকৰ্মা পূজা assamese status messages তলত দিয়াছো।

এই status messages কেৱল শুভেচ্ছা ব্যৱহাৰৰ সীমাত নহয়, ই আপোনাৰ উৎসৱৰ মনোভাৱ প্ৰতিফলিত কৰে।

Vishwakarma puja wishes assamese

যান্ত্ৰ, সঁজুলি, যান-বাহনৰ পূজা এইদিনত আপোনাৰ status ত নিজৰ কাম কৰা যন্ত্ৰ বা বাহনৰ ছবি সমৰ্থিত কৰি দিব পাৰে।

Viswakarma পূজাৰ বাবে গা-পা ধোৱা, গংগাজলৰ ব্যৱহাৰ, ফুল, ধূপ, দীপ, আৰু নাৰিকল অৰ্পণ কৰিব পাৰে।

Vishwakarma puja wishes assamese

আৰু লগতে Happy Vishwakarma puja assamese status message ত উল্লেখ কৰি এই দেৱ​ৰ ওপৰত সচেতনতা বৃদ্ধি ক​ৰিব পাৰে।

বিশ্বকৰ্মা পূজাৰ শ্লোক

আপুনি বিশ্বকৰ্মা পূজাত এই শ্লোক জপ কৰিব পাৰে আৰু ইয়াৰ দ্বাৰা আপোনাৰ ব্যৱসায়ৰ বাবে উৎপাদনশীল সফলতা লাভ কৰিব।

Vishwakarma puja wishes assamese


নমো ভগবতে বিশ্বকৰ্মণে নমঃ
সৰ্ববিধং কাৰ্য্যং সফলং কুরু কুরু স্বাহা ॥

Vishwakarma puja wishes assamese

ওঁ কং সং যং সং লক্ষ্মীং সং
মাং সং ধাং সং সৰ্বসিদ্ধিংং
বিশ্বকৰ্মা প্রজাপতিৰ্ভগবান
সৰ্বকর্মসিদ্ধিং মে দেহি দেহি স্বাহা ॥

Vishwakarma puja wishes assamese

বহুতে পূজা দিনটো বিশ্বকৰ্মা দিহানাম গাব ভাল পায়। এই নামে আমাৰ মনত কামৰ প্ৰতি এক নতুন প্ৰেৰণা আনে।

বিশ্বকৰ্মা দিহানাম


ৰাগঃ শ্ৰী
তালঃ যতি

প্রথমে প্রণামোঁ বিশ্বকৰ্মা দেৱতাক
সৃষ্টিৰ আধাৰ তুমি সকলোৰে তাক ॥

ব্ৰহ্মাৰ স্ৰজনী শক্তি, বিষ্ণুৰ ৰক্ষণ
শিৱৰ সংহাৰ শক্তি, কৰিলা গঠন ॥

স্বৰ্গলোকে বাস কৰা, দেৱতাৰ কাৰী
বিশ্বকৰ্মা প্ৰভু তুমি, শিল্পীৰ অধিকাৰী ॥

দানৱ-দেৱতাৰ যুদ্ধ, যি অস্ত্ৰ শস্ত্ৰ চলে
সিয়ো অস্ত্ৰ শস্ত্ৰ তুমি, নিৰ্মাণ কৰিলা ব’লে ॥

দুর্গা মা’ৰ মহাচণ্ডী, মূৰ্তিৰ অধিন
তাকে দেখি দানৱৰ, গল ঘোৰ ৰিণ ॥

ইন্দ্রৰ বজ্ৰপাত, ৰথ-বিমান
বিশ্বকৰ্মা প্ৰভু তুমি, কৰিলা নিৰ্মাণ ॥

কলিযুগে মানৱৰ, হ’ল জ্ঞানোদয়
যন্ত্ৰ-পাতি কাৰখানা, গঢ়িলা অচয় ॥

লো-লগা, কাৰখানা, গাড়ী-মটৰ
বিশ্বকৰ্মা বিনে ইটো, নহয় সাৰ ॥

হাতৰ সাৱলীয়া, যি কৰে কাম
বিশ্বকৰ্মা দেৱতাৰ, তাকেই প্রণাম ॥

শ্রী বিশ্বকৰ্মা দেৱতা, কৰিছোঁ বিনয়
আমাৰ কাম-কাজ যেন, থাকে সদায় নিৰ্ভয় ॥

Vishwakarma puja wishes status video assamese

এই দিহানামটো বিশ্বকৰ্মা পূজাৰ দিনা নাম-কীৰ্তন বা ভক্তিৰ সৈতে গীত ৰূপে গাব পাৰি।

Vishwakarma puja wishes status video assamese

বিশ্বখানিকৰ বিশ্বকৰ্মাৰ পূজাৰ সকলো status video তলত দিয়া হৈছে:-

Conclusion

আমাৰ Vishwakarma পূজাক হিন্দুধৰ্মীয় সামগ্ৰিক দিকত এক মহান সমৃদ্ধি আৰু নিৰ্মাণৰ উৎসৱ বুলি ক’ব পাৰি।

Vishwakarma puja wishes assamese

ভগৱান বিশ্বকৰ্মাৰ আশীৰ্বাদত বহু ঐশ্বৰিক অস্ত্ৰ আৰু ধাৰ্মিক স্থাপত্য নিৰ্মাণ হোৱা দেখা যায়, যাৰ অন্তৰ্গত মা কামাখ্যা মন্দিৰো আছে।

Vishwakarma puja wishes assamese সমূহে আপোনাক কামনাৰ শক্তি আৰু উৎসাহ দিব,

Vishwakarma puja wishes assamese

যাতে আপোনাৰ কাম কাজ আৰু জীৱন এক নতুন দিশালৈ আগবাঢ়ে।

সামগ্ৰীকভাবে পূজাৰ দিনটো সৃষ্টিশীলতা, কৰ্মঠতা, আৰু সফলতাৰ দিন হিচাপে উদযাপন কৰা হয়।

এই শুভেচ্ছাসমূহে আপোনাৰ জীৱনৰ দূৰত্ব আৰু অসুবিধা দূৰ কৰি সংগতি আৰু ম​ৰম বৃদ্ধি কৰিব।

WhatsApp Group Join Now
Telegram Group Join Now

Leave a Comment