Valentine Day Quotes in Assamese | Valentine Day Wishes Assamese | ভেলেণ্টাইন ডে’ৰ
শুভেচ্ছা প্ৰেমিকাৰ বাবে: আমাৰ সকলো জনপ্ৰিয়ৰ এক ভাল প্ৰেমৰ দিন হ’ল ভেলেণ্টাইন ডে।
আহক আমি এই অৰ্থপূৰ্ণ শব্দবোৰত প্ৰেমৰ ছন্দ আৰু ভাষাৰ বাধা নিৰ্বিশেষে প্ৰেমৰ গভীৰতা অন্বেষণ কৰোঁ
ইতিহাসে আমাক ভেলেণ্টাইন দিৱসৰ উৎপত্তিৰ বিষয়ে কোনো নিশ্চয়তা নিদিয়ে।
কিন্তু, আমি জানো যে এই দিনটো প্ৰাৰম্ভিক খ্ৰীষ্টান গীৰ্জা আৰু প্ৰাচীন ৰোমৰ ভেষ্টিজ লগত জৰিত।
এই উৎসৱ পোপ গেলাছিয়াছে (Pope Gelasius) ১৪ ফেব্ৰুৱাৰীক ছেইণ্ট ভেলেণ্টাইন হিচাপে ঘোষণা কৰিছিল।
ভেলেণ্টাইন ডেৰ আগতে Rose Day,Propose Day,Chocolate Day আৰু Promise Day পালন কৰা হয়,
যি আপোনাৰ প্ৰেমক অন্য়তম স্তৰলৈ আগবঢ়ায়।
Valentine Day Quotes in Assamese
ভেলেণ্টাইন ডে’ৰ শুভেচ্ছা প্ৰেমিকাৰ বাবে: ভেলেণ্টাইন দিৱস ওচৰ চাপি অহাৰ লগে লগে,
আমি আপোনালোকৰ বাবে কিছুমান সুন্দৰ উদ্ধৃতি (Valentine Day Quotes in Assamese) সংগ্ৰহ কৰিছোঁ।
যিয়ে প্ৰেম উদযাপন সহজ কৰি তোলিব বুলি আশা কৰিব পাৰি।
এই উদ্ধৃতিবোৰে আন্তৰিকতাৰে স্নেহ প্ৰকাশ কৰে আৰু যিসকলে প্ৰেমক গভীৰভাৱে গুৰুত্ব দিয়ে
তেওঁলোকৰ সৈতে সংযোগ স্থাপন কৰে।
সঁচা প্ৰেম সদায় হৃদয়ত থাকে। 💖 তুমি মোৰ হৃদয়ৰ অমূল্য হীৰা-মুকুতা! Happy Valentine Day
মোৰ জীৱনৰ উজ্বল ৰাতিপুৱা , 💖 তুমিয়ে মোৰ জোনাকী ৰাতি! তোমাৰ বিনে জীৱনত কোনো ৰঙ নাই! Happy Valentine Day
তোমাৰ হাতত হাত থৈ জীৱনটো পাৰ কৰিব খুজো। তোমাৰ সৈতে পৃথিৱীটো অধিক সুন্দৰ Valentine
প্ৰেমৰ একমাত্ৰ ভাষা হৃদয়, আৰু মোৰ হৃদয় সদায় তোমাৰ নামেৰে হৃদস্পন্দন কৰে!
সঁচা প্ৰেমৰ কোনো শেষ নাই, কেৱল আছে আৰম্ভণি! তুমি মোৰ জীৱনৰ শ্ৰেষ্ঠ আৰম্ভণি।
তোমাৰ হাঁহিৰে মোৰ পৃথিৱী পোহৰ হয়। তুমি মোৰ জীৱনৰ সেউজ পাত। শুভ ভালেন্টাইনৰ ডে!
তোমাৰ হাঁহিয়ে মোৰ পৃথিৱী পোহৰায়। তুমি মোৰ হৃদয়ৰ সপোন, মোৰ জীৱনৰ আনন্দ। শুভ ভালেন্টাইন ডে!
সঁচা মৰমৰ কোনো সীমা নাই, কেৱল অনুভূতি থাকে। তুমি মোৰ জীৱনৰ আটাইতকৈ মূল্যবান অনুভূতি।Happy Valentine Day
তোমাৰ মৰমৰ স্নিগ্ধতাই মোৰ জীৱনক ৰঙীন কৰি তোলে। তুমি মোৰ হৃদয়ৰ ৰঙৰ কাৰখানা!!
সঁচা প্ৰেম দুৰত্ব বা সময়ৰ লগত বান্ধিব নোৱাৰি!! প্ৰেম মানেই তোমাৰ সৈতে এক অনন্য যাত্ৰা।
তোমাৰ হাতত ধৰি অনন্ত পথ হাঁবলৈ মোৰ মন যায়।
তোমাৰ হাঁহিয়ে মোৰ জীৱনৰ আটাইতকৈ সুন্দৰ উপহাৰ। তোমাৰ লগত হাঁহি থাকিব বিচাৰো! শুভ ভালেন্টাইন ডে’
তুমি মোৰ প্ৰাণৰ শান্তি, মোৰ হৃদয়ৰ সুৱাস। তোমাৰ সৈতে জীৱনটো যেন Garden Garden লাগে। Happy Valentine Day
এক সুন্দৰ ছবি (Assamese Valentine Day Images)ৰ সৈতে, ৰোমাঞ্চ কঢ়িয়াই অনা আৰু এক যাদুকৰী পৰিৱেশ সৃষ্টি কৰাই হ’ল আমাৰ প্ৰচেস্টা।
Assamese Valentine Day Images
Valentine Day Wishes Assamese: আমাৰ মতে প্ৰেম প্ৰকাশ কৰাটোৱে হল এক প্ৰশংসনীয় পদক্ষেপ।
প্ৰতিটো উদ্ধৃতিতে আমাৰ ভাষাৰ সৌন্দৰ্য প্ৰদৰ্শন কৰাৰ লগতে প্ৰেমৰ অনুভূতিক কাব্যিক অভিব্যক্তিত মিহলি কৰে।
আজিৰ দিনটোত, প্ৰেমৰ আকৰ্ষণ আৰু মৰমত আঁকোৱালি লবলৈ ইচ্ছা কৰা মৰম বাবে এখন WhatsApp বাৰ্তা দিয়াটো অতি প্ৰয়োজন।
প্ৰেম অপৰিপূৰ্ণ যদিহে আপোনাৰ আজিৰ দিনটোত প্ৰেমে প্ৰকাশ নাপায়, গতিকে , আমি দিয়া বাৰ্তাবোৰ share কৰি নিজৰ প্ৰিয়তমাৰ মন জয় কৰক।
ভেলেণ্টাইনৰ বাৰ্তাবোৰে প্ৰাপ্তকৰ্তাসকলৰ বাবে আনন্দ আৰু সুখ বিয়পাই দিয়ে।
এটা সৰল বাক্য় “মই তোমাক ভাল পাওঁ” বা “তুমি মোৰ বাবে মোৰ পৃথিৱী” কোৱাটো যিমান সহজ,
সিমানে ইয়াক বজাই ৰখা কঠিন, গতিকে, আপোনাৰ প্ৰিয় ব্য়ক্তিৰ সৈতে দিনটো ভালদৰে অতিবাহিত কৰক।
মৰম আৰু প্ৰশংসাৰ বাৰ্তা ভাগ বতৰা কৰি, আজি আপুনি অধিক সহানুভূতিশীল আৰু যত্নশীল পৃথিৱীলৈ
আগৱাঢ়ি যাব, যাতে আপোনাৰ প্ৰেম অটুট থাকে।
ইয়ে হৈছে “Valentine Day ” or ভেলেণ্টাইন ডে’ৰ মহত্ব।