Vacancy At Northeast Frontier Railway:উত্তৰ-পূব সীমান্ত ৰেলৱেত স্কাউট আৰু গাইড কোটা খালী পদ

Vacancy At Northeast Frontier Railway:উত্তৰ-পূব সীমান্ত ৰেলৱেত স্কাউট আৰু গাইড কোটা খালী পদ: 12 টা পদ পূৰণ কৰাৰ বাবে উত্তৰ-পূব সীমান্ত ৰেলৱেত স্কাউট আৰু গাইড কোটাৰ অন্তর্গত খালী পদ- Level- 2 (GP 1900) আৰু n Level- 1 (GP 1800) জাননী মুকলি ক​ৰা হৈছে।

আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে বিজ্ঞপ্তিখন সম্পূৰ্ণকৈ পঢ়াৰ পিছত আবেদন কৰিব পাৰে।

Level- 2 ৰ বাবে ২ টা আৰু Level-1 ৰ বাবে ১০ টা পদ মুকলি ক​ৰা হৈছে।

বিজ্ঞাপন ডাউনলোড কৰিবলৈ অনুগ্ৰহ কৰি টেলিগ্ৰাম গোটত যোগদান কৰক।

pmindiascheme-whatsapp-group

Vacancy At Northeast Frontier Railway

উত্তৰ-পূব সীমান্ত ৰেলৱে (এনএফআৰ)য়ে ভাৰতবৰ্ষৰ উত্তৰ-পূবৰ ৰাজ্যসমূহক সামৰি লৈছে।

যাৰ ভিতৰত আছে অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয়, আৰু পশ্চিম বংগ আৰু বিহাৰৰ কিছু অংশৰে গঠিত।

এই নিয়োগ বিৱ​ৰণ যোৱা মাহ​ৰ ২৮.১০.২০২৩ তাৰিখে জাননীখন মুকলি ক​ৰা হৈছিল।

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ এই খালীপদসমূহ​ৰ বাবে স্পষ্টকৈ স্কাউট আৰু গাইড কটাৰ প্ৰাৰ্থীৰ কথা উল্লেখ ক​ৰা হৈছে।

Also read কৰ সহায়ক আৰু হাভালদাৰৰ পদ খালী কৰ সহায়ক আৰু হাভালদাৰৰ পদ খালী

Recruitment Scouts And Guides Quota 2023-24 Overview

Vacancy At Northeast Frontier Railway 2023
OrganizationNortheast Frontier Railway
Employee Notice No. 03/2023
Apply-Opening Date28.10.2023
Apply Close Date28.11.2023
Post LevelLevel- 2 and Level- 1
Official Websitehttps://nfr.indianrailways.gov.in/

Vacancy At Northeast Frontier Railway: Qualification Details

খালী পদবোৰৰ যোগ্যতাৰ বিৱৰণ তলত দিয়া হৈছে:-

Post LevelEducation Qualification
Level 2 (Total 2 Post)মুঠ নিম্নতম ৫০% নম্বৰৰ সৈতে 10+2 বা সমতুল্য পৰীক্ষা উত্তীৰ্ণ প্ৰাৰ্থী

ইংৰাজীত 30 wpm-ৰ টাইপৰাইটিং আৰু হিন্দীত 25 wpm-ৰ টাইপৰাইটিং দক্ষতা
Level 1 (Total 10 Post)10+2 বা সমতুল্য পৰীক্ষা or স্বীকৃত প্ৰতিষ্ঠান (NCVT/SCVT) or National
Apprenticeship Certificate (NAC)-ৰ পৰা আইটিআই উত্তীৰ্ণ প্ৰাৰ্থী
স্কাউট আৰু গাইড অৰ্হতা জানিব​ৰ বাবে , অনুগ্ৰহ কৰি Northeast Frontier Railway নিযুক্তি জাননী 2023 ডাউনলোড ক​ৰক।

আপুনি আমাৰ টেলিগ্ৰাম গোটত যোগদান ক​ৰি pdf download ক​ৰিব পাৰে।

উত্তৰ-পূব সীমান্ত ৰেলৱেত চাক​ৰি | Salary Details

স্কাউট আৰু গাইড কোটা: নিয়োগ জাননী অনুসৰি দৰমহাৰ স্কেল- Level 2-ৰ বাবে 1900 (grade pay-7th Pay Commission) আৰু Level 1-ৰ বাবে 1800 (grade pay-7th Pay Commission) প্ৰকাশ ক​ৰা হৈছে ।

স্কাউট আৰু গাইড কোটা চাক​ৰি |Age Limit

Level-2 ৰ বাবে বয়স ১৮ -৩০ বছ​ৰ​ৰ ভিত​ৰত ধাৰ্য্য় ক​ৰা হৈছে।

OBC ৰ বাবে ৩ বছ​ৰ অতিৰিক্ত শিথিলতা দিয়া হৈছে আৰু SC/ST-ৰ বাবে ৫ বছ​ৰ অতিৰিক্ত শিথিলতা দিয়া হৈছে।

Level-1ৰ বাবে বয়স ১৮ -৩৩ বছ​ৰ​ৰ ভিত​ৰত ধাৰ্য্য় ক​ৰা হৈছে। কিন্তু, OBC ৰ বাবে ৩ বছ​ৰ আৰু SC/ST-ৰ বাবে ৫ বছ​ৰ অতিৰিক্ত শিথিলতা প্ৰদান ক​ৰা হৈছে।

স্কাউট আৰু গাইড কোটা চাক​ৰি |Exam Information

আবেদন কৰা প্ৰাৰ্থীসকলৰ বাবে ৬০ নম্বৰৰ লিখনী পৰীক্ষা হ’ব আৰু ৪০ নম্বৰ স্কাউট আৰু গাইড প্ৰমাণপত্ৰৰ বাবে সংৰক্ষিত ক​ৰা হৈছে।

Conclusion

উত্তৰ-পূব সীমান্ত ৰেলৱেত স্কাউট আৰু গাইড কোটা খালী পদ (Vacancy At Northeast Frontier Railway) ৰ বিষয়ে অধিক জানিব​ৰ বাবে অনুগ্ৰহ কৰি অফিচিয়েল ৱেবছাইট বা আমাৰ টেলিগ্ৰাম গোটৰ পৰা নিযুক্তিৰ জাননী ডাউনলোড কৰক।

আমি আশা কৰোঁ যে, এই প্ৰবন্ধটোৱে আপোনাক এটা ভাল কেৰিয়াৰ পছন্দ বিচাৰি উলিওৱাত সহায় কৰিব।

Also read Central Bank of India SO Recruitment CBI SOভাৰতীয় ডাক বিভাগ বিভিন্ন পদ খালী

WhatsApp Group Join Now
Telegram Group Join Now

Leave a Comment