How To Take Loan From Paytm In 2 Minutes/ পেটিএম লোন: এই ব্লগপষ্টত আমি পেটিএম বেঙ্কৰ পৰা ইনষ্টা ঋণ / লোনৰ (2 মিনিটৰ ভিতৰত) ল’ব পাৰি সেই বিষয়ে আলোচনা কৰিম।
জানো আহক, কেনেকৈ পাব পাৰি পেটিএম(Paytm) এপত সহজ ঋণ ?
যদি আপোনাক কম সময়ৰ ভিতৰত ঋণৰ প্ৰয়োজন হয়, তেন্তে আপুনি সঠিক স্থানত আছে।
অনুগ্ৰহ কৰি শেষলৈকে ব্লগপোষ্টটো পঢ়ক আৰু ঋণৰ বিষয়ে অধিক আপডেট পাবলৈ আমাৰ টেলিগ্ৰাম গোটত যোগদান কৰিবলৈ নাপাহৰিব।
For New Updates, Join টেলিগ্ৰাম (Telegram)
Table of contents
হেল্লো বন্ধুসকল, আজিৰ ব্লগপোষ্টত আমি বুজিম- কেনেদৰে ২ মিনিটৰ ভিতৰত পেটিএম এপৰ পৰা ৩ লাখ লৈকে ঋণৰ আবেদন কৰিব পাৰোঁ।

পেটিএম ডাউনলোড (Paytm App Download)
এতিয়া, লোনৰ বাবে আবেদন কৰাৰ আগতে, আপোনাৰ মোবাইলত এই এপ্পটো থাকিবই লাগিব।
আপুনি প্ৰদত্ত লিংকৰ পৰা পেটিএম এপ্পটো ডাউনলোড কৰিব পাৰে।
পেটিএম লোন (Paytm Loan Apply)ৰ আবেদন
আমি এই এপত ৩ লাখ লৈকে ঋণ প্ৰদান কৰাৰ কথা আগতেই উল্লেখ কৰিছো।
কেৱল লোন বাবে আপোনাৰ মবাইল এপত (Paytm) একাউণ্টৰ থকাটো দৰকাৰ।
আৰু আপুনি ব্যক্তিগত ঋণ (personal loan) শাখাত ক্লিক কৰি, আপোনাৰ ঋণৰ যোগ্যতা পৰীক্ষা কৰিব পাৰে।
অনুগ্ৰহ কৰি মন কৰিব যে, এই ঋণৰ বাবে আপুনি কোনো ভৌতিক দস্তাবেজ দাখিল কৰাৰ প্ৰয়োজন নাই।
প্ৰকৃততে, এয়া হৈছে এক নথিবিহীন (no physical documents needed) ঋণ প্ৰণালী।
আবেদন কৰা ব্যক্তিজনৰ বয়স ২৩ ৰ পৰা ৬০ বছৰৰ ভিতৰত হ’ব লাগিব আৰু পান কাৰ্ড নম্বৰ লাগিব।
সেয়েহে, মহাবিদ্যালয়ৰ শিক্ষাৰ্থী বা অৱসৰপ্ৰাপ্ত এজন লোকে, এই লোনৰ বাবে আবেদন কৰিব পাৰে।
পেটিএম লোন (Why Paytm Loan) প্ৰয়োজনীয়তা
ভাৰতত, সাধাৰণ লোকৰ বাবে ঋণ অতি চিন্তাৰ বিষয়।
সাধাৰণতে, বেঙ্কে ব্যৱসায়ী আৰু চৰকাৰী সেৱা ধাৰকক ঋণ দিয়ে। কিন্তু সাধাৰণ লোকে সোনকালে কোনো লোন নাপায়!
বহুলোকে প্ৰতিদিনে ঋণৰ বাবে বেংকত ঘূৰি ফুৰে, কিন্তু কেতিয়াও সহজে ঋণ নাপায়।
এই লোন হৈছে ভাৰতৰ দ্ৰুততম বহুমুখী লোন (India’s fastest multi-purpose loan) আৰু আপুনি অতি সহজে এই ঋণ পাব পাৰে।
Also read: শিক্ষাৰ্থীক 36 হাজাৰ লৈকে বৃত্তি
আমি এই ঋণৰ বাবে কিয় আবেদন কৰিম? জানো আহক –
যদি আপোনাক ঋণৰ প্ৰয়োজন হয়, তেন্তে পেটিএম এপৰ ঋণ হৈছে সৰ্বশ্ৰেষ্ঠ ঋণ বিকল্প কিয়নো:-
FAQ
আপুনি নিম্নতম ১০ হাজাৰ ঋণৰ বাবে আবেদন কৰিব পাৰে।
সময় সীমাৰ আগতে ঋণৰ পৰিমাণ ঘূৰাই দিব পাৰিব।
আপোনাৰ ক্ৰেডিট স্কোৰে ঋণৰ পৰিমাণ নিৰ্ণয় কৰিব।
গতিকে, আপোনাৰ পেন নম্বৰটো Paytm এপত অন্তৰ্ভুক্ত কৰি পৰীক্ষা কৰি চাওঁক।
এপটোৱে তাৎক্ষণিক ব্যক্তিগত ঋণ (Personal loan) প্ৰদান কৰে।
সামৰণি (Conclusion)
How To Take Loan From Paytm: সূতৰ হাৰ আপোনাৰ ঋণৰ পৰিমাণ আৰু ক্ৰেডিট স্কোৰৰ ওপৰত নিৰ্ভৰ কৰে।
ঋণৰ ওপৰত আধাৰিত কৰি আপোনাৰ ই-এম-আই(EMI) ১৮ ৰ পৰা ৬০ মাহৰ ভিতৰত বিভক্ত কৰা হ’ব পাৰে।
প্ৰতি মাহে এটা নিৰ্দিষ্ট তাৰিখত মাহিলী EMI আপোনাৰ বেংক একাউণ্টৰ পৰা কৰ্তন কৰিব।
মুঠতে, পেটিএম লোন হৈছে মোবাইল এপৰ দ্ৱাৰা দিয়া এক সৰ্বশ্ৰেষ্ঠ আৰু দ্ৰুত ঋণ সেৱা।



