19 কিলোগ্ৰাম (Kg) বাণিজ্যিক গেছ চিলিণ্ডাৰ (Gas Cylinder Price Down) ৰ দাম কমিল

19 কিলোগ্ৰাম(Kg) বাণিজ্যিক গেছ চিলিণ্ডাৰ (commercial gas cylinder) ৰ দাম কমিল, চিলিণ্ডাৰৰ দাম কমিল ,19 কিলোগ্ৰাম অনা-ঘৰুৱা চিলিণ্ডাৰৰ মূল্য 83.50 টকা হ্ৰাস কৰা হৈছে। সংশোধিত হাৰবোৰ আজিৰ পৰা কাৰ্যকৰী হ'ব।

Gas Cylinder Price Down:বাণিজ্যিক এলপিজি (LPG) চিলিণ্ডাৰৰ সংশোধিত হাৰ কাৰ্যকৰী হ’ব।১৯ কিলোগ্ৰাম (Kg) অনা-ঘৰুৱা চিলিণ্ডাৰৰ মূল্য (gas cylinder price) ৮৩.৫0/- …

Read more