PM SHRI Apply For Post Senior Consultant | PM SHRI Jobs: জ্যেষ্ঠ পৰামৰ্শদাতা পদ খালী: প্ৰিয় বন্ধুসকল, www.pmindiascheme.in লৈ আপোনাক স্বাগতম।
শেহতীয়াকৈ আমাৰ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে (DoSEL) -শিক্ষা মন্ত্ৰালয় প্ৰধানমন্ত্ৰী শ্ৰী আঁচনিৰ আধিনত খালী হোৱা বহু পদৰ কথা প্ৰকাশ কৰিছে।
যদি আপুনি আগ্ৰহী, তেনেহলে এই লিখনিটো সম্পুৰ্ণ শেষলৈকে পঢ়ক।
২০২২-২৩ বিত্তীয় বৰ্ষৰ পৰা ২০২৬-২৭ চনলৈকে পাঁচ বছৰ ধৰি এই PM SHRI Yojana পৰিকল্পনা কাৰ্যকৰী কৰা হ’ব।
এই পদক্ষেপৰ প্ৰধান লক্ষ্য হৈছে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰ, বা স্থানীয় সংস্থাৰ দ্বাৰা পৰিচালিত ১৪,৫০০ৰো অধিক সন্ধিয়াৰ বিদ্যালয় স্থাপন বৃদ্ধি কৰা।
PM SHRI | Apply For Post Senior Consultant
শিক্ষা মন্ত্ৰালয়ৰ হৈ EdCIL এ যোগ্যসকলৰ পৰা On-line Applications আমন্ত্ৰণ জনাইছে।
PM SHRI -ত খালী পদসমূহ হল-
Post Name | Number of Vacancy |
প্ৰধান মুখ্য পৰামৰ্শদাতা | ০২ |
মুখ্য পৰামৰ্শদাতা | ০৪ |
জ্যেষ্ঠ পৰামৰ্শদাতা | ০৭ |
পৰামৰ্শদাতা | ২৬ |
PM SHRI | PM SHRI Jobs – Who Can Apply?
যদি আপুনি শিক্ষা মন্ত্ৰালয় –PM SHRI ৰ অধীনত শেহতীয়া চাকৰিৰ বাবে আবেদন কৰিব বিচাৰে, তেন্তে আপুনি তলত দিয়া মাপকাঠীসমূহ সম্পূৰ্ণৰূপে পূৰণ কৰিব লাগিব।
- আবেদন কৰা প্ৰাথী ভাৰতীয় নাগৰিক হব লাগিব।
- নিৰ্ধাৰিত অৰ্হতা আৰু অভিজ্ঞতা ৩০।০৯।২০২৩ তাৰিখ বা তাৰ আগতে লাভ কৰিব লাগিব আৰু যি স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানসমূহ পৰা হব লাগিব।
- প্ৰাৰ্থীৰ মৌখিক আৰু লিখিত যোগাযোগ দক্ষতা আৰু কম্পিউটাৰৰ উৎকৃষ্ট কৰ্ম জ্ঞান থাকিব লাগিব
- অৰ্হতা, অভিজ্ঞতা, বয়স আদি প্ৰমাণ কৰিবলৈ নথিপত্ৰসমূহ সাক্ষাত্কাৰ সময়ত প্ৰস্তুত কৰিব লাগিব
মন কৰিব যে – পদসমূহ চুক্তিবদ্ধ ভিত্তিত পৰিপুৰ্ণ কৰা হ’ব
PM SHRI Jobs
পিএম শ্ৰীৰ পদসমূহৰ বিৱৰন তলত দিয়া হৈছে:-
Post Code | Designation | Minimum Qualification | Experience |
---|---|---|---|
101 | NEP 2020, Samagra Shiksha Policy and Planning | স্নাতকোত্তৰ ডিগ্ৰী- social sciences/Education/Social work/Public Policy/M.Tech. / MBA or 2 years PG Diploma in Management (60%) OR ২ বছৰ পি জি ডিপ্লমা-Management (60%) | ১০ বছৰৰ অৰ্হতাৰ পিছৰ অভিজ্ঞতা -ক্ষেত্ৰসমূহ পৰিকল্পনা আৰু প্ৰশাসন / নীতি প্ৰণয়ন আৰু ৰূপায়ণ। |
102 | NCF, Multilinguism, Text Book | স্নাতকোত্তৰ ডিগ্ৰী- Social sciences/Education/Linguistic Studies/MBA (60%) | ১০ বছৰ অভিজ্ঞতা |
201 | Samagra Shiksha Policy and Planning, NEP 2020 | স্নাতকোত্তৰ ডিগ্ৰী-Social sciences/Education/Social work/Public Policy/M.Tech./ MBA Or 2 years PG Diploma in Management with at least 60% | ৮ বছৰ অভিজ্ঞতা |
202 | ECCE and FLN (Nipun Bharat Mission) | স্নাতকোত্তৰ ডিগ্ৰী-Social sciences/Education/Social work/B.Tech with at least 60% | ৮ বছৰ অভিজ্ঞতা |
203 | NCF, Multilinguism, Text Book | স্নাতকোত্তৰ ডিগ্ৰী-social sciences/Education/Linguistic Studies/MBA with at least 60% | ৮ বছৰ অভিজ্ঞতা |
204 | NDEAR & VSK | স্নাতকোত্তৰ ডিগ্ৰী- OR M.Tech in Computer Science, Engineering, Information Systems/Technology with at least 60% | ৮ বছৰ অভিজ্ঞতা |
301 | Access and Infrastructure Development | স্নাতকোত্তৰ ডিগ্ৰী- in Civil Engineering / Architecture/ B.Tech. (Civil) with MBA or 2 years PG Diploma in Management with at least 60% | ৫ বছৰ অভিজ্ঞতা |
302 | Quality & Innovation | স্নাতকোত্তৰ ডিগ্ৰী-Social Sciences / Education / Social work / B.Tech. / MBA with at least 60% | ৫ বছৰ অভিজ্ঞতা |
303 | ECCE and FLN (Nipun Bharat Mission) | স্নাতকোত্তৰ ডিগ্ৰী-social sciences/Education/Social work with at least 60% | ৫ বছৰ অভিজ্ঞতা |
304 | ICT & Digital Initiatives | স্নাতকোত্তৰ ডিগ্ৰী- OR M.Tech. in Computer Science, Engineering, Information Systems/Technology with at least 60% | ৫ বছৰ অভিজ্ঞতা |
PM Shri | PM SHRI Jobs অন্যান্য খালী পদসমূহ
Post Code | Designation | Minimum Qualification | Experience |
305 | Gender & Equity & Inclusive Education | স্নাতকোত্তৰ ডিগ্ৰী-Special Education/Psychology/Sociology with at least 60% | ৫ বছৰ অভিজ্ঞতা |
306 | Media Community Mobilization and Swachh Vidyalaya Initiatives. | স্নাতকোত্তৰ ডিগ্ৰী-Social Sciences / Journalism / Mass Communication with at least 60% | ৫ বছৰ অভিজ্ঞতা |
307 | Aspirational Districts (EODB) Vidyanjali | স্নাতকোত্তৰ ডিগ্ৰী-Social Science Or Social work Or B.Tech. Or MBA Or 2 years PG Diploma in Management | ৫ বছৰ অভিজ্ঞতা |
401 | Consultants | স্নাতকোত্তৰ ডিগ্ৰী- Social sciences/Education/Social work/ B.Tech. / MBA or 2 years PG Diploma in the Management with at least 60% | ৩ বছৰ অভিজ্ঞতা |
402 | Consultant ( Campaign Manager) | স্নাতকোত্তৰ ডিগ্ৰী-Business Management, Marketing, Media and Communication, Journalism, Public Relations, Digital marketing | ৩ বছৰ অভিজ্ঞতা |
403 | Consultant (Social Media Manager) | স্নাতকোত্তৰ ডিগ্ৰী-Business Management, Marketing, Media and Communication, Journalism, Public Relations, Digital marketing | ৩ বছৰ অভিজ্ঞতা |
404 | Consultant (Content Developer) | স্নাতকোত্তৰ ডিগ্ৰী-Degree in Business Management, Marketing, Media and Mass Communication, Journalism, Public Relations, Digital marketing | ৩ বছৰ অভিজ্ঞতা |
405 | Consultant (Graphic Designer-Cum-Visualizer) | স্নাতকোত্তৰ ডিগ্ৰী- Graphic Arts, Design, Communication or related field | ৩ বছৰ অভিজ্ঞতা |
406 | Consultant (Copy Editor & Proof Reader) | স্নাতকোত্তৰ ডিগ্ৰী- in Business Management, Marketing, Media and Communication, Journalism, Public Relations, Digital marketing or related field(s) | ৩ বছৰ অভিজ্ঞতা |
407 | Access and Infrastructure | স্নাতকোত্তৰ ডিগ্ৰী-B.Tech. (Civil) with MBA or 2 years PG Diploma in Management with at least 60% | ৩ বছৰ অভিজ্ঞতা |
408 | RTE Policy and Entitlements | স্নাতকোত্তৰ ডিগ্ৰী-social sciences/Education/Social work/ LLB /MBA or 2 years PG Diploma in Management with at least 60% | ৩ বছৰ অভিজ্ঞতা |
409 | Quality and Innovation | স্নাতকোত্তৰ ডিগ্ৰী-Social Sciences / Education / Social work / B.Tech. / MBA or 2 years PG Diploma in Management with at least 60% | ৩ বছৰ অভিজ্ঞতা |
Also read DDUC Delhi সহকাৰী অধ্যাপক পদ খালী
PM SHRI Other Vacancy Details
Post Code | Designation | Minimum Qualification | Experience |
---|---|---|---|
410 | ECCE / Foundational Literacy & Numeracy Mission (FLNM) | স্নাতকোত্তৰ ডিগ্ৰী-social sciences/Education/Social work with at least 60% | ৩ বছৰ অভিজ্ঞতা |
411 | Teacher Education | স্নাতকোত্তৰ ডিগ্ৰী-Social sciences/Education/Social work with at least 60% | ৩ বছৰ অভিজ্ঞতা |
412 | Teacher Education (NISHTHA) | স্নাতকোত্তৰ ডিগ্ৰী-Social sciences/Education/Social work with at least 60% | ৩ বছৰ অভিজ্ঞতা |
413 | NCF, Multilinguism | স্নাতকোত্তৰ ডিগ্ৰী – in Social sciences/Education/Linguistic Studies/MBA with at least 60% | ৩ বছৰ অভিজ্ঞতা |
414 | NDEAR & VSK | স্নাতকোত্তৰ ডিগ্ৰী Or M.Tech in Computer Science, Engineering, Information Systems/Technology with at least 60% | ৩ বছৰ অভিজ্ঞতা |
415 | ICT & Digital Initiatives | স্নাতকোত্তৰ ডিগ্ৰী Or M.Tech. in Computer Science, Engineering, Information Systems/Technology with at least 60% | ৩ বছৰ অভিজ্ঞতা |
416 | PARAKH & Assessment, HPC, SSSA | স্নাতকোত্তৰ ডিগ্ৰী- | ৩ বছৰ অভিজ্ঞতা |
417 | Data & Strategy Unit, MIS, Data Analysis, Project Monitoring Unit (PRABANDH) and DBT (Data Analysis) | B.Sc in Data Science in Engineering/B.Tech in Data Science, 2 years PG Diploma in Data Science. | ৩ বছৰ অভিজ্ঞতা |
418 | Monitoring, Research and Evaluation 1) Monitoring Institutions 2) Social Audit | স্নাতকোত্তৰ ডিগ্ৰী-social science/ education/ social work/B.Tech/ MBA or 2 years PG Diploma in Research Management with at least 60% | ৩ বছৰ অভিজ্ঞতা |
419 | Media Community Mobilization and Campaigns Swachh Vidyalaya Initiatives. | স্নাতকোত্তৰ ডিগ্ৰী-Social Sciences / Journalism / Mass Communication with at least 60% | ৩ বছৰ অভিজ্ঞতা |
420 | Legal | LLB with at least 60% from a recognized University. | ৩ বছৰ অভিজ্ঞতা |
421 | Aspirational Districts (EODB); Vidyanjali | স্নাতকোত্তৰ ডিগ্ৰী-Social Science / Social work / B.Tech. / MBA or 2 years PG Diploma in Management with at least 60% | ৩ বছৰ অভিজ্ঞতা |
In Conclusion
PM SHRI Apply For Post Senior Consultant | PM SHRI Jobs: জ্যেষ্ঠ পৰামৰ্শদাতা পদ খালী:
বিভিন্ন পদ অনুসৰি প্ৰাৰ্থীসকলৰ বয়স ৩৫ৰ পৰা ৫৫ বছৰৰ ভিতৰত হ’ব।
অধিক বিৱৰণৰ বাবে আমাৰ টেলিগ্ৰাম গ্ৰুপ (Telegram Group)ৰ পৰা পিডিএফ ডাউনলোড কৰক।