Moto g34 5G Mobile With 8GB RAM launched in India starting at Rs. 10,999 : ১০,৯৯৯ টকাত Moto g34 5G মবাইল | ৮GB ৰেমৰ সৈতে ভাৰতীয় বজাৰত মুকলি

Moto g34 5G Mobile With 8GB RAM : ১০৯৯৯ টকাত Moto g34 5G: ভাৰতীয় বজাৰত Motorola-ই নতুন Mobile মুকলি ক​ৰিছে।

মটৰোলা (Motorola)-ই শেহতীয়াকৈ ভাৰতৰ বজাৰত মোটো জি34 (Moto g34) 5G mobile প্ৰৱৰ্তন কৰিছে।

শেহতীয়াকৈ কোম্পানীয়ে, ভাৰত​ৰ মধ্যবিত্ত লোকৰ বাবে বাজেট অনুকূল 5জি ফোন প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি লৈ আহিছে।

ডিভাইচটোত 6.5 ইঞ্চিৰ HD+ LCD স্ক্ৰীণ আছে, য’ত 120হাৰ্জ ৰিফ্ৰেছ ৰেট (120Hz refresh rate) আছে।

এই mobile, স্নেপড্ৰেগন 695 (Snapdragon 695) অপাৰেটিং চিষ্টেম-ত চলিব, ইয়াৰ লগতে 8GB লৈকে ৰেম (RAM) সংযোক্ত ক​ৰা হৈছে।

Moto g34 mobile-ত অতিৰিক্ত 4GB ভাৰ্চুৱেল ৰেম সমৰ্থন ব্যৱস্থা দিয়া হৈছে।

আপোনাৰ জীৱন​ৰ ভাল মুহূৰ্তবোৰ কেপচাৰ কৰাৰ বাবে, ফোনটো এটা পাঞ্চ-হোল ডিজাইনৰ ভিতৰত ৰখা 16 মেগাপিক্সেল ফ্ৰণ্ট কেমেৰা (16 MP Front Camera)-ৰে সজ্জিত ক​ৰা হৈছে।

Moto g34 5G | ১০৯৯৯ টকাত Moto g34

Moto g34 5G ডিভাইচটো এণ্ড্ৰইড 14 (Android 14)-ৰ সৈতে পূৰ্ব-ইনষ্টল কৰা হৈছে।

আৰু মটৰোলাই 3 বছৰৰ সুৰক্ষা আপডেট প্ৰদান কৰাৰ উপৰিও এণ্ড্ৰইড 15 লৈ উন্নীতকৰণৰ পৰিকল্পনা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে।

Moto g34 5G Mobile With 8GB RAM launched in India starting at Rs. 10,999 : ১০৯৯৯ টকাত Moto g34 5G মবাইল ৮GB ৰেমৰ সৈতে ভাৰতীয় বজাৰত মুকলি

এই mobile-ত, উল্লেখযোগ্য সুবিধাবোৰৰ ভিতৰত আছে 2MP মেক্ৰো কেমেৰাৰ সৈতে 50 MP প্ৰাথমিক পিছফালৰ কেমেৰা,

আৰু অধিক সুৰক্ষাৰ বাবে চাইড-মাউণ্টেড ফিংগাৰপ্ৰিণ্ট স্কেনাৰ (side-mounted fingerprint scanner),

তথা 20ৱাট ফাষ্ট চাৰ্জিং(20 W Fast charging) সমৰ্থনৰ সৈতে এক শক্তিশালী 5000mAh বেটাৰী।

Also read:- Techno Pop 8: কম টকাত ভাল mobile

Moto g34 5G Smartphone Launched Features

KeysSpecification
BrandMotorola
Smartphone Model nameMoto 34g – 5G
CPUSnapdragon 695 SoC
RAM8GB
Rear Camera & Front Camera50MP+2MP
Launch DateJanuary 9, 2024 (Expected)
Battery5000 mAh

মোটো জি34 5জি (Moto 34 5G)-য়ে বিভিন্ন সংযোগ বিকল্প প্ৰদান ক​ৰিছে, তাৰে কিছুমান হ’ল-

যেনে:-

Wi-Fi 802.11 a/b/g/n/ac,

জিপিএছ (GPS),

ব্লুটুথ (Bluetooth v5.20),

এনএফচি (NFC), আৰু

ইউএছবি টাইপ-চি (USB Type-C)।

আপুনি এই ম’বাইলত 4G আৰু 5G, দুয়ো প্ৰকাৰৰ চিম(SIM card) ব্যৱহাৰ কৰিব পাৰে।

Moto g34 5G ফোনটোত, ইয়াৰ উপৰিও, অতিৰিক্ত সুবিধাৰ বাবে ফেচ আনলক (Face unlock) সমৰ্থন দিয়া হৈছে।

যদি আপুনি 5G সুবিধাৰ সৈতে 11,000 বাজেটৰ অধীনত মোবাইল বিচাৰি আছে, তেন্তে আপুনি এই mobile-টো বাছনি কৰিব পাৰে।

এই ম’বাইলটোৱে আপোনাক ১২৮ জিবি ষ্ট’ৰেজ (128 GB storage) প্ৰদান কৰে আৰু যিটো সাধাৰণ ব্যৱহাৰকাৰীৰ বাবে পৰ্যাপ্ত।

4 GB ৰেমৰ সৈতে 128 জিবি ষ্ট’ৰেজ থকা ম’বাইল মডেল ৰেডমি 13চি(Redmi 13C)-ৰ দাম 10,999 টকা।

কিন্তু আপুনি এই Motorola মডেলটো ৮ GB ৰেম আৰু আন উন্নত সুবিধাৰ সৈতে এক দামত পাব।

WhatsApp Group Join Now
Telegram Group Join Now

Leave a Comment