Mission Indradhanush Immunization Initiative: Navigating India’s Path to Better Health | মিছন ইন্দ্ৰ ধনুষ টিকাকৰণৰ জানিব লগা সকলো কথা

মিছন ইন্দ্ৰ ধনুষ | ইন্দ্ৰধনুষ টিকাকৰণ | Mission Indradhanush Immunization Initiative: ২০১৪ চনৰ ডিচেম্বৰত ভাৰত চৰকাৰে আৰম্ভ কৰা এক টিকাকৰণ প্ৰচেষ্টা।

এই প্ৰচেষ্টাক মিছন ইন্দ্ৰধনুষ নাম দিয়া হৈছিল।

মন ক​ৰিব য়ে,ই টিকাকৰণৰ লাভসমূহৰ পৰা কোনো শিশু বা মাতৃ বাদ নপৰাটো নিশ্চিত কৰা।

অনুগ্ৰহ কৰি অধিক শেহতীয়া আপডেট পাবলৈ আমাৰ টেলিগ্ৰাম গোটত যোগদান কৰিবলৈ নাপাহৰিব।

Mission Indradhanush Background | পটভূমি

১৯৮৫ চনত আৰম্ভ কৰা ভাৰতৰ টিকাকৰণ কাৰ্যসূচী ক​ৰা হৈছিল।

মিছন ইন্দ্ৰ ধনুষ টিকাকৰণ শ্বৰ সৰ্ববৃহৎ স্বাস্থ্য পদক্ষেপবোৰৰ ভিতৰত এটা বৃহৎ পদক্ষেপ।

যি বাৰ্ষিক ২৭ নিযুত জন্ম লোৱা শিশুৰ জিৱনক সাম​ৰি লৈছিল।

এই কাৰ্যসূচীয়ে আঠটা জীৱনৰ বাবে বিপদজনক ৰোগৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰে।

প্ৰথমতে মিছন ইন্দ্ৰ ধনুষ টিকাকৰণ ভিত​ৰত তলত দিয়া বেমাৰবোৰ সাম​ৰি লোৱা হৈছিল:-

  1. ডিপথেৰিয়া,
  2. হুপিং কাহ,
  3. হিমোফিলাছ ইনফ্লুৱেঞ্জা প্ৰকাৰ বি
  4. টিটেনাছ,
  5. পলিঅঽ,
  6. যক্ষ্মা,
  7. সৰু আই,
  8. হেপাটাইটিছ বি

শেহতীয়াকৈ, চাৰিখন নিৰ্বাচিত ৰাজ্য: অন্ধ্ৰ প্ৰদেশ, হাৰিয়ানা, হিমাচল প্ৰদেশ আৰু উৰিষ্যাত ৰোটাভাইৰাছ ভেকছিন (RVV) প্ৰৱৰ্তন কৰা হৈছে।

Mission Indradhanush উদ্দেশ্যসমূহ

এই মিছনৰ প্ৰাথমিক উদ্দেশ্য হৈছে ভাৰতৰ সকলো শিশু আৰু গৰ্ভৱতী মহিলাক সম্পূৰ্ণ টিকাকৰণ কভাৰেজ প্ৰদান কৰা।

যিসকলক টিকাকৰণ নকৰা বা আংশিকভাৱে টিকাকৰণ কৰা হৈছে, তেওঁলোকৰ ওপৰত মিছন (Mission Indradhanush Immunization) টিকাকৰণে অধিক গুৰুত্ব দিয়া।

মিছন ইন্দ্ৰ ধনুষ Mission Indradhanush Immunization

আন এক উদ্দেশ্য হৈছে ভাৰতত টিকাকৰণ কভাৰেজৰ অগ্ৰগতি ত্বৰান্বিত কৰা যাতে শিশু বা মাতৃয়ে সহজে চ​ৰকাৰী টিকাকৰণ লাভ পাব পাৰে।

ই প্ৰতিৰোধযোগ্য ৰোগ- বিশেষভাৱে যক্ষ্মা, পলিঅ,হেপাটাইটিছ বি, ডিপথেৰিয়া, পাৰ্টুচিছ, টিটেনাছ, সৰু আইৰ বিনামূলীয়া ভেকছিন প্ৰদান ক​ৰে।

Also read প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আবেদন

মিছন ইন্দ্ৰ ধনুষ টিকাকৰণৰ মূল টোকাসমূহৰ বৰ্ণনা

আৰম্ভ তাৰিখ (Launched On)ডিচেম্বৰ ২৫, ২০১৪ (December 25, 2014)
উদ্বোধন (Launched By)ভাৰত চৰকাৰ
শ্ৰেণী (Category)চৰকাৰি আঁচনি
ৰূপায়ণ (Implemented by)স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়-ভাৰত চৰকাৰ
হিতাধিকাৰী (Beneficiary)শিশু (Children)
উদ্দেশ্য (Motive)সৰ্ববৃহৎ টিকাকৰণ কাৰ্যসূচী
অফিচিয়েল ৱেবছাইট (Website)https://main.mohfw.gov.in/
WhatsApp Group Join Now
Telegram Group Join Now

Leave a Comment