Instagram Reels Video Download কেনেকৈ কৰিব | সহজ আৰু নিৰাপদ উপায়

Instagram Reels Video Download কেনেকৈ কৰিব: প্ৰিয় বন্ধুসকল ,www.pmindiascheme.in লৈ স্বাগতম।

আজি আমি ইনষ্টাগ্ৰাম ৰিলছ ভিডিঅ’ ডাউনলোড সহজ আৰু নিৰাপদ উপায়ৰ পথ অন্বেষণ কৰিবলৈ ওলাইছো

ইনষ্টাগ্ৰাম ৰিলছ (Instagram Reels) এতিয়া সকলোৰে প্ৰিয় এক মাধ্যম, যাৰ চমক আজি গোটেই বিশ্বই দেখা পাইছে।

চমু আৰু আকৰ্ষণীয় ভিডিঅ’ৰ জৰিয়তে ব্যক্তিগত, বাণিজ্যিক, বা মজাৰ বিষয়বস্তু শ্বেয়াৰ কৰাটো বহুতো লোকৰ বাবে এক জনপ্ৰিয় অভ্যাস হৈ পৰিছে।

কিন্তু বহুতে ভাবে, “ইনষ্টাগ্ৰাম ৰিলছ ভিডিঅ’ ডাউনল’ড কেনেকৈ কৰিব?”

এই ব্লগত আমি ইনষ্টাগ্ৰাম ৰিলছ ভিডিঅ’ ডাউনল’ড কৰাৰ সহজ আৰু নিৰাপদ উপায়সমূহ আলোচনা কৰিম।

ইনষ্টাগ্ৰাম ৰিলছ ভিডিঅ’ ডাউনল’ড কৰাৰ কাৰণ

আপোনাৰ ইনষ্টাগ্ৰাম ৰিলছ ভিডিঅ’ ডাউনল’ড কৰাৰ কাৰণবোৰ বেলেগ বেলেগ হ’ব পাৰে।

কিছুমান Instagram Reels Video Download সাধাৰণ কাৰণ হৈছে:

  1. বহুলোকে একেটা video বাৰ বাৰ দেখি ভাল পায় ,গতিকে অফলাইন চাবলৈ তেওঁলোকে video download ক​ৰিব​ৰ চেষ্টা ক​ৰে।
  2. আনহাতে বহু ৰে শৈক্ষিক উদ্দেশ্যৰ বা প্ৰেৰণাদায়ক ভিডিঅ’সমূহ সংৰক্ষণ কৰিব ৰাখে।
  3. কিছুমান মানুহে ভিডিঅ’সমূহ আন প্লেটফৰ্মত শ্বেয়াৰ কৰিবলৈ download কৰি পুনৰ ব্যৱহাৰ ক​ৰে।

ইনষ্টাগ্ৰাম ৰিলছ ভিডিঅ’ ডাউনল’ড কৰাৰ উপায় (How to download instagram videos)

আপুনি বিচ​ৰা ইনষ্টাগ্ৰাম ৰিলছ ভিডিঅ’ ডাউনল’ড কৰিবলৈ বহুতো উপায় আছে।

তাৰে কিছুমান তলত সহজ আৰু নিৰাপদ উপায় আলোচনা কৰা হ’ল:

ইনষ্টাগ্ৰাম এপৰ জৰিয়তে ৰিলছ ভিডিঅ’ ডাউনল’ড (Step 1)

  1. ইনষ্টাগ্ৰাম এপ খোলক আৰু ডাউনল’ড কৰিব বিচৰা ৰিলছ ভিডিঅ’টো খোলক।
  2. ভিডিঅ’টোৰ তলত থকা তিনিটা ডট (•••) ক্লিক কৰক।
  3. তাৰ পিছত আপুনি “Save” বা “Save to Camera Roll” বুটামটো ক্লিক কৰক।
  4. ভিডিঅ’টো আপোনাৰ ফোনৰ গেলাৰীত সংৰক্ষণ হ’ব।

মনত ৰাখিব , এই পদ্ধতিটো কেৱল আপুনি নিজে পোষ্ট কৰা ৰিলছ ভিডিঅঽৰ বাবে প্ৰযোজ্য।

Also read:ঘৰৰ থাকি IIT পৰা Bsc কেনেকৈ ক​ৰিব

যদি আপুনি আনৰ ভিডিঅঽ ডাউনল’ড কৰিবলৈ এই পদ্ধতিটো ব্যৱহাৰ ক​ৰে, তেনেহলে আপুনি নিজ​ৰ

instagram account ত copy-right strike পাব পাৰে।

Instagram Reels Video Download কেনেকৈ কৰিব (Step 2)

আনহাতে , আপুনি তৃতীয় পক্ষৰ এপ বা ৱেবছাইটৰ সহায়ত নিজ​ৰ ভাল লগা video download ক​ৰিব পাৰে।

তাৰ বাবে আপুনি এপ বা ৱেবছাইট​ৰ নামটো জনা দ​ৰকাৰ, যি আমি এই লিখনিত উল্লেখ ক​ৰিছো।

  1. InstaSave: এই app ত আপুনি ভাল লগা videoৰ URL or Link দি যি কোনো instrgarm reel video download ক​ৰিব পাৰিব।
  2. snapinsta: এই এপৰ জৰিয়তে Youtube, instagram আদিৰ ভিডিঅ’ ডাউনল’ড কৰিব পাৰি।

ইয়াৰ উপৰিও ইণ্টাৰনেটত বহুতো ৱেবছাইট আৰু এপ উপলব্ধ যিয়ে আপোনাক যিকোনো ইনষ্টাগ্ৰাম ৰিল

ভিডিঅ’ ডাউনলোড কৰাত সহায় কৰিব পাৰে।

মনত ৰাখিব যে প্ৰায় সকলো এপ বা ৱেবছাইটেই ইনষ্টাগ্ৰামৰ পৰা ভিডিঅ’ ডাউনলোড কৰিবলৈ ধন নিবিচাৰে।

এটা কথা মনত ৰাখিব যে- তৃতীয় পক্ষৰ এপ ব্যৱহাৰ কৰোঁতে ব্যক্তিগত তথ্য চুৰি হোৱাৰ সম্ভাৱনা থাকে

আৰু আমি তাৰ বাবে দায়ী নহয়।

ডেস্কটপৰ সহায়ত Instagram Reels Video Download কেনেকৈ কৰিব (Step 3)

আপুনি আপোনাৰ google chrome ব্ৰাউজাৰৰ পৰা ভিডিঅ’বোৰ ডাউনলোড কৰিব পাৰে, যদি আপোনাৰ

ব্ৰাউজাৰত এটা instagram ভিডিঅ’ ডাউনলোড extension থাকে।

এই এক্সটেনচনসমূহ সৰু software যি আপোনাৰ ব্ৰাউজাৰৰ সৈতে সামঞ্জস্যপূৰ্ণ ভাবে কাম ক​ৰে আৰু

আপোনাক যিকোনো instgram ভিডিঅ’ ডাউনলোড কৰাত সহায় কৰে।

দুটা জনপ্ৰিয় এক্সটেনশ্যন হৈছে 1. “Video Downloader for Instagram” আৰু 2. “InstaDownloader”।

ওপৰৰ এক্সটেনচনটো ডাউনলোড কৰিবলৈ মাত্ৰ google ত লিখক – “Instagram এক্সটেনচনৰ বাবে

ভিডিঅ’ ডাউনলোডাৰ” বা “InstaDownloader এক্সটেনচন”।

তাৰ পিছত সন্ধান ফলাফলৰ পৰা প্ৰথম লিংকত ক্লিক কৰক আৰু এক্সটেনচনটো ইনষ্টল কৰক।

আন এটা ভাল উপায় হৈছে ডাউনল’ড ছফ্টৱেৰ আৰু আপুনিএই ছফ্টৱেৰৰ জৰিয়তে ইনষ্টাগ্ৰাম ৰিলছ

ভিডিঅ’ ডাউনলড কৰিব পাৰিব

দুটা জনপ্ৰিয় ছফ্টৱেৰৰ নাম হৈছে “4K Video Downloader” আৰু “Jihosoft 4K Video Downloader”.

ইনষ্টাগ্ৰাম ৰিলছ ভিডিঅ’ ডাউনল’ড কৰোঁতে সাৱধানতা

Instagram videos download ক​ৰাৰ আগতে আপুনি তিনিটা কথাত ধ্য়ান দিয়া দ​ৰকাৰ আৰু সেইবো হ’ল:-

1.কপিৰাইট আইন: আপুনি আনৰ ভিডিঅঽ ডাউনল’ড কৰোঁতে কপিৰাইট আইনৰ প্ৰতি সাৱধান হ’ব

লাগিব যাতে ভিডিঅ’ ব্যৱহাৰ কৰোঁতে মালিকৰ অনুমতি দিয়ে।

2. ব্যক্তিগত তথ্য: তৃতীয় পক্ষৰ এপ বা ৱেবছাইট ব্যৱহাৰ কৰোঁতেআপোনাৰ ব্যক্তিগত তথ্য শ্বেয়াৰ

কৰোঁতে সাৱধান হ’ব।

3. মেলৱেৰ আৰু এডছ: কেতিয়াবা কেতিয়াবা তৃতীয় পক্ষৰ এপ বা ৱেবছাইট ব্যৱহাৰ কৰোঁতে মেলৱেৰ

আৰু এডছৰ আপোনাৰ আহিব পাৰে।

Conclusion

Instagram Reels Video Download কেনেকৈ কৰিব এই বিষয়ে চিন্তা কৰাৰ আগতে আপুনি কিছু কথাত সাৱধান হব লাগিব যি আমি এই লেখত বৰ্ণনা ক​ৰিছো।

ইয়াৰ লগতে আমি আপোনালোক সঠিক তিনিটা ৰাস্তা দিছো বাবে instagram reels video download

আপুনি বিভিন্ন পদ্ধতিৰ জৰিয়তে আপুনি ৰিলছ ভিডিঅ’ ডাউনল’ড কৰিব পাৰে।

কিন্তু ডাউনল’ড কৰোঁতে সাৱধানতা অৱলম্বন কৰিব, বিশেষকৈ কপিৰাইট আইন আৰু ব্যক্তিগত তথ্যৰ প্ৰতি সজাগ থাকিব।

WhatsApp Group Join Now
Telegram Group Join Now

Leave a Comment