ICC Champions Trophy 2025 :আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫

ICC Champions Trophy 2025: অতি সোনকালে আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ মেচখন পাকিস্তান আৰু আমিৰশ্বাহীৰ ডুবাইত (UAE) অনুষ্ঠিত হ’ব।

এদিনীয়া ফৰ্মেটৰ এই চেম্পিয়নছ ট্ৰফীৰ খেল পতা হ’ব।

জানিব পৰা গৈছে যে ১৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন খেলত আয়োজক পাকিস্তানে কৰাচীত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব।

বহু প্ৰত্যাশিত প্ৰতিযোগিতাখনৰ বিষয়ে জানিবলগীয়া সকলো কথা এই লেখত উল্লেখ কৰা হৈছে।

এই চেম্পিয়নছ ট্ৰফী হ’ল পাকিস্তানত অনুষ্ঠিত ১৯৯৬ চনৰ বিশ্বকাপৰ পিছত হোৱা প্ৰথমখন আই চি চি প্ৰতিযোগিতা ।

২০১৭ চনত চেম্পিয়নছ ট্ৰফীৰ প্ৰথমবাৰৰ বাবে খিতাপ দখল কৰা দল আছিল পাকিস্তান ।

ভাৰতত জিঅ হটষ্টাৰত এই খেলবোৰ live streaming কৰাৰ কথা সিদ্ধান্ত লোৱা হৈছে ।

আনফালে, পাকিস্তানত এই খেল PTV,আৰু Ten Sports দেখুৱা হ’ব।

আয়োজক দল পাকিস্তানকে ধৰি ১০টা দল ২০২৫ চনৰ সংস্কৰণৰ বাবে চেম্পিয়নছ ট্ৰফীত ভাগ ল’ব আৰু দলবোৰে নিজৰ স্থান নিশ্চিত ক​ৰা চেষ্টা ক​ৰিব।

চেম্পিয়নছ ট্ৰফীৰ দলসমূহক ২ টা গোট or গ্ৰুপ ভাগ প​ৰা হৈছে, এই গোটৰ বিৱ​ৰণ তলত দিয়া হৈছে:

গ্ৰুপ ক : পাকিস্তান, ভাৰত, বাংলাদেশ, নিউজিলেণ্ড।

গ্ৰুপ বি : অষ্ট্ৰেলিয়া, আফগানিস্তান, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা।

পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ মহছিন নাকভিয়ে মুকলি ভাষণত চেম্পিয়নছ ট্ৰফীত পাকিস্তান দলক লৈ আশা প্ৰদৰ্শন ক​ৰিছিল।

তেওঁ আৰু ক​য় যে, চাৰিটা দল কৰাচীত উপস্থিত হোৱাৰ বিপৰীতে অতি সোলকালে ইংলেণ্ড আৰু

অষ্ট্ৰেলিয়াই অহা ৪৮ ঘণ্টাত ভিতৰত অৱতৰণ কৰিব।

এই অনুষ্ঠানত ,পাকিস্তান দলৰ অধিনায়ক সৰফৰাজ আহমেদ, মহম্মদ আমিৰ, আজহাৰ আলী, জুনাইদ

খান, ছাদাব খান, ইমাদ ৱাছিম, হাছান আলী, মহম্মদ হাফিজ আৰু হৰিশ ছোহেইল উপস্থিত থাকে।

আনকি, এই অনুষ্ঠানত ICC Champions Trophy 2025 ৰ এম্বেছাদৰ তথা নিউজিলেণ্ডৰ প্ৰাক্তন বলাৰ টিম

চাউথী আৰু দক্ষিণ আফ্ৰিকাৰ অৱসৰপ্ৰাপ্ত অলৰাউণ্ডাৰ জে পি ডুমিনিয়েও অংশগ্ৰহণ কৰিছিল।

পাকিস্তানৰ শীৰ্ষ সংগীত শিল্পীসকলৰ লগতে আতচবাজী প্ৰদৰ্শন ক​ৰি সকলোকে স্ৱাগতম জনোৱা হৈছিল।

WhatsApp Group Join Now
Telegram Group Join Now

Leave a Comment