[How To] Convert Word To Pdf In Laptop:30 ছেকেণ্ডত লেপটপত ডকুমেণ্ট কেনেদৰে পিডিএফ ৰূপান্তৰ কৰিব

Table of contents

How To Convert Word To Pdf In Laptop:30 ছেকেণ্ডত লেপটপত ডকুমেণ্ট কেনেদৰে পিডিএফ ৰূপান্তৰ কৰিব | Word To Pdf Online: আপুনি পিডিএফ ৰূপান্তৰ অনলাইন ৰূপান্তৰৰ সহজ পৰামৰ্শ বিচাৰি আছে নেকি?

মৰমৰ বন্ধু, www.pmindiascheme.in স্বাগতম। আজিৰ দ্ৰুত গতিৰ জীৱনত, কাৰ্যালয়ৰ কামৰ বাবে অতিৰিক্ত সময় উলিওৱাটো এক প্ৰত্যাহ্বান।

সকলোৱে নিজ​ৰ কাম সৰল কৰিবলৈ কৌশল আৰু পৰামৰ্শ বিচাৰে। সেয়েহে, আমি আপোনাক এমএছ-ৱৰ্ড (MS Word) ডকুমেণ্টবোৰ পিডিএফ (Pdf)লৈ ৰূপান্তৰ কৰাত সহায় কৰাৰ বাবে এক পোনপটীয়া কৌশল উপস্থাপন ক​ৰিছো।

ডিজিটেল যুগত, আমাৰ জীৱনত প্ৰযুক্তি অন্তৰ্ভুক্ত কৰাটো অত্যাৱশ্যকীয় হৈ পৰিছে!

প্ৰতিজন কৰ্মৰত পেছাদাৰীয়ে কাৰ্যালয়ৰ কামৰ বাবে কম্পিউটাৰ, লেপটপ বা মোবাইল ডিভাইচৰ ওপৰত নিৰ্ভৰ কৰে, বিশেষকৈ ভাৰতৰ দৰে দেশত যি দ্ৰুতগতিত ডিজিটেল কৰণ গ্ৰহণ কৰি আছে।

Also read পলিচী ছেৰেণ্ডাৰ এপ্লিকেচন কেনেদৰে লিখিব

Pdf মানে কি বুজায় ? | What is the full form of PDF?

Pdf মানে Portable document format.ই এক প্ৰকাৰৰ ফাইল যাক আপুনি পঢ়িব পাৰে, প্ৰিণ্ট কৰিব আৰু ভাগ-বতৰা (share) কৰিব পাৰে, কিন্তু ইয়াত কোনেও লিখাখিনি সলনি কৰিব নোৱাৰে

আমি ব্য়ৱহাৰ ক​ৰা নথিপত্ৰবোৰৰ সুৰক্ষা আৰু অ-সম্পাদনা নিশ্চিত কৰিবলৈ, পিডিএফবোৰ সাধাৰণতে ব্যৱহাৰ কৰা হয়।

পিডিএফ ফাইলবোৰে এক সুৰক্ষিত ফৰ্মেট প্ৰদান কৰে, যিহেতু এবাৰ ভাগ বতৰা বা প্ৰেৰণ কৰাৰ পিছত, সেইবোৰ আনে সহজে সম্পাদনা(edit) কৰিব নোৱাৰে।

সেয়েহে, যদি আপুনি ৱৰ্ড ডকুমেণ্ট (Word document) এটা সুৰক্ষিত ভাৱে ভাগ-বতৰা (share) কৰাৰ প্ৰয়োজন হয়, ইয়াক পিডিএফ ফাইললৈ ৰূপান্তৰ কৰা উচিত।

Benefits of PDF File | PDF ফাইলৰ লাভসমূহ

PDF (Portable Document Format) ডকুমেণ্ট বিনিময়ৰ বাবে বহুলভাৱে ব্যৱহাৰ কৰা হয়।

PDF ফাইলসমূহ প্লেটফৰ্ম স্বাধীনতা বজায় ৰাখে, ইয়াৰ অৰ্থ হল যিকোনো ম’বাইল বা লেপটপ বা পিচিত, আপুনি pdf ফাইল খোলিব পাৰে।

আপোনি লেপটপৰ প​ৰা ম’বাইল or ম’বাইল পৰা লেপটপ বা পিচিলৈ সহজে PDF ফাইল শ্বেয়াৰ ক​ৰিব পাৰে। যদিও ডিভাইছসমূহ​ৰ প্লেটফৰ্ম বেলেগ বেলেগ ।

আপুনি হ​য়তো জানে যে আমাৰ মবাইল​ৰ প্লেটফৰ্ম Android হল আৰু PC or Computer সাধাৰণতে Windows থাকে।

প্লেটফৰ্ম মানে অপাৰেটিং চিষ্টেম (Operating System)-ৰ কথা কোৱা হৈছে।

মন ক​ৰিব যে, পিডিএফ ফাইলবোৰে পাছৱৰ্ড সুৰক্ষা (Password protection), এনক্ৰিপশ্বন (encryption),আৰু ডিজিটেল স্বাক্ষৰ (digital signatures) দ​ৰে বিভিন্ন সুৰক্ষা সুবিধা সমৰ্থন কৰে।

আপুনি মাইক্ৰছফ্ট পাৱাৰ-পইণ্ট (Microsoft Power-point)ৰ বিকল্প হিচাপে পিডিএফ ফাইল ব্যৱহাৰ কৰিব পাৰে।

পিডিএফ ফাইলে এমএছ এজ ব্ৰাউজাৰত হাইলাইট সুবিধা সমৰ্থন কৰে। গতিকে আপুনি গুৰুত্বপূৰ্ণ বিষয়বোৰ পিডিএফত হাইলাইট কৰিব পাৰে।

আজি, আমি ডকুমেণ্ট এখনক পিডিএফ (Convert Word To Pdf) ফাইললৈ ৰূপান্তৰ কৰাৰ সৰল প্ৰক্ৰিয়াটোৰ মাজেৰে আপোনাক নিৰ্দেশনা দিম।

Convert Word To Pdf: কোনো পলম নকৰাকৈ আৰম্ভ কৰোঁ আহক।

ডকুমেণ্ট কেনেদৰে পিডিএফ ৰূপান্তৰ | Convert Word To Pdf In Laptop

আমি এআইৰ যুগত জীয়াই আছো। সেয়েহে, এই সৰু কাৰিকৰী পৰামৰ্শবোৰে আমাৰ প্ৰদৰ্শন বৃদ্ধি কৰিব পাৰে, আৰু আমি আনৰ ওপৰত নিৰ্ভৰ নোহোৱাকৈ এআইৰ দ​ৰে কাম ক​ৰি যাব পাৰিম।

পিডিএফ ৰূপান্তৰ অনলাইন যদি আপুনি শেহতীয়া এমএছ-অফিচ (MS-Office)-ত কাম কৰি আছে, তেন্তে এমএছ-ৱৰ্ড (MS-Word) এপ্লিকেশ্বনত আপুনি ফাইলটো পিডিএফ(PDF) হিচাপে সংৰক্ষণ(Save) কৰিব পাৰে।

পিডিএফ ৰূপান্তৰ অনলাইন আপুনি ‘File Menu’ খুলিব আৰু তাৰ পিছত ‘File > Save a Copy‘ত ক্লিক কৰক।

Also read 2 মিনিটত ইনষ্টা পেটিএম লোন

Convert Word To Pdf এখন নতুন উইন্ডো(Window) সন্মুখত ওলাব। এতিয়া ফাইলৰ নাম টাইপ (Type the file name) কৰক আৰু ‘ড্ৰপডাউন’ৰ পৰা (Dropdown in File Type) ‘পিডিএফ or PDF’ হিচাপে ফাইলৰ প্ৰকাৰ বাছনি কৰক।

Convert Word To PdfSAVE‘ বুটামত চূড়ান্ত ক্লিক(click) কৰক।

সঁচাকৈয়ে, এই কামটোৰ বাবে আপোনাক 30 second-ৰ বা আৰু কম সম​য় লাগিব পাৰে, আৰু আপোনাৰ প্ৰয়োজন ফাইল আপুনি দিয়া স্থানত পাব।

আপুনি ভিডিঅ’টো ডকুমেণ্ট কেনেদৰে পিডিএফ ৰূপান্তৰ বাবে চাব পাৰে।

Convert Word To Pdf ডকুমেণ্ট কেনেদৰে পিডিএফ ৰূপান্তৰ

ডকুমেণ্ট কেনেদৰে পিডিএফ ৰূপান্তৰ অনলাইন | How To Convert Word To Pdf Online

অনলাইন ডকুমেণ্ট কিভাবে পিডিএফ বনাব পাৰিম: আপুনি যিকোনো ডকুমেণ্ট অনলাইনত পিডিএফলৈ ৰূপান্তৰ কৰিব পাৰে।

সেইটো কৰিবলৈ- প্ৰথমে ব্ৰাউজাৰ ( Google chrome )-ত ‘ডকুমেণ্ট টু পিডিএফ কনভাৰ্টাৰ | Doc to pdf converter‘ টাইপ কৰক।

গুগলে দিয়া শীৰ্ষ 3 ফলাফলৰ পৰা যিকোনো লিংক ক্লিক কৰক।

Word To Pdf Online Convert Word To Pdf

তাৰ পিছত, আপোনাৰ ফাইল আপলোড (upload file) কৰক আৰু convert pdf বা convert বুটামত ক্লিক কৰক।

কিছু সম​য়তে,ৰূপান্তৰ হৈ আপোনাৰ ফাইল তৈয়াৰ হব! এইটো সম্পূৰ্ণ হোৱাৰ পিছত ডাউনলোড বুটাম (Download Button)ত ক্লিক কৰক।

১০ ছেকেণ্ডত ডকুমেণ্ট পিডিএফ ৰূপান্তৰ | How To Convert Word To Pdf In 10 Seconds

হ​য় , আপোনি ঠিকে বুজিছে, আমি ১০ ছেকেণ্ডত অতি সোনকালে ডকুমেণ্ট ফাইল এটা PDF বনাব পাৰিম! তাৰ বাবে আমাক কীবোৰ্ড শৰটকাট (Keyboard Shortcuts)ৰ প্ৰয়োজন হব।

How To Convert Word To Pdf In Laptop:30 ছেকেণ্ডত লেপটপত ডকুমেণ্ট কেনেদৰে পিডিএফ ৰূপান্তৰ কৰিব | Word To Pdf Online

  1. ১. প্ৰথমে এমএছ-ৱৰ্ডত ফাইলটো খোলক।
  2. ২.তাৰ পিছত ‘CTRLআৰু লগতে ‘P’ একেলগে টিপক।
  3. ৩. এতিয়া প্ৰিন্টাৰ শাখাৰ পৰা “Microsoft print to pdf” নিৰ্বাচন কৰক।
  4. ৪. “Print”-ত ক্লিক কৰক
  5. ৫. এতিয়া ফাইলৰ নাম টাইপ কৰক আৰু হিট Enter বুটামত (Press Enter) কৰক।

ম’বাইলত ডকুমেণ্ট কেনেদৰে পিডিএফ ৰূপান্তৰ | Convert Word To Pdf In Mobile

ম’বাইলত কেনেকৈ ডকুমেণ্ট পৰা পিডিএফ বনাব: যিহেতু,আমি ডকুমেণ্ট বা ফাইল মঽবাইলতে শ্বেয়াৰ ক​ৰো ,গতিকে আমি pdf বনোৱাটো জনা দ​ৰকাৰ।

Mobile-ত ফাইল pdf বনাব​ৰ বাবে তলত দিয়া উপায় গ্ৰহন ক​ৰিব পাৰে:-

  1. ১. প্ৰথমে ডকুমেণ্টখন গুগল ডক্সত (Google Docs) খোলক।
  2. ২. ওপৰৰ সোঁ কোণত তিনিটা বিন্দু বা three dots (…) টেপ কৰক।
  3. ৩. “Download” বাছনি কৰক আৰু তাৰ পিছত “পিডিএফ ডকুমেণ্ট (PDF Document)” বাছনি কৰক।

Mobile-ত ডকুমেণ্ট পৰা পিডিএফ সলনি ক​ৰাৰ আন উপায়:

আপুনি আপোনাৰ ফাইলটো পিডিএফলৈ ৰূপান্তৰ কৰিবলৈ বহুতো তৃতীয় পক্ষৰ এপ্ ব্যৱহাৰ কৰিব পাৰে।

এনে বহুতো এপ আছে, যিয়ে আপোনাক কোনো মাচুল অবিহনে পিডিএফ ৰূপান্তৰ কৰাত সহায় কৰে।

Also read অনলাইন এমবিএ কেনেকৈ পঢ়িব

আমি সেইবোৰৰ কেইটামান তালিকাভুক্ত কৰিছোঁ, আপুনি ‘গুগল প্লেষ্ট’ৰ‘ বা ‘এপ ষ্টোৰ’ৰ পৰা ডাউনলোড কৰিব পাৰে।

  1. ১. DOCX to PDF Converter
  2. ২. Document Scanner – PDF Creator
  3. ৩. iLovePDF: PDF Editor & Scanner
  4. ৪. CamScanner – Scanner to scan PDF

In Conclusion

Word To Pdf Online: ডকুমেণ্টখন পিডিএফলৈ ৰূপান্তৰ কৰিবলৈ অনুশীলন কৰিবলৈ কিছু সময় লাগিব পাৰে।

কিন্তু আপুনি যিকোনো এটা ফাইল সম্পূৰ্ণ কৰাৰ পিছত পিডিএফ ৰূপান্তৰ অনলাইন, আপোনাৰ বাবে সহজ হৈ প​ৰিব।

আমি ডকুমেণ্ট কেনেদৰে পিডিএফ ৰূপান্তৰ এৰাই চলিব নোৱাৰো। এইটো আমাৰ সকলোৰে বাবে গুৰুত্বপূৰ্ণ। Convert Word To Pdf লিখনিৰ ওপ​ৰত আপোনাৰ মন্তব্য় তলত লিখক।

WhatsApp Group Join Now
Telegram Group Join Now

Leave a Comment