Happy Promise Day Wishes WhatsApp Status Messages: আগন্তুক ভেলেণ্টাইন ডে’ৰ আগতে এই
সপ্তাহত বহুতো প্ৰেম প্ৰকাশৰ দিন তালিকাভুক্ত কৰা হৈছে।
চকলেট ডে'(Chocolate Day) দিনটোৰ পিছত, আমাৰ আজি প্ৰমীজ ডে’, এই দিনটো আপোনাৰ প্ৰেমৰ বাবে আৰু তাইক কওক যে –
আপোনাৰ তাইক বা তেওঁক এই জনমত অকলে এৰি নাযায়।
প্ৰতিশ্ৰুতি হল এক সুন্দৰ ধাৰণা যি দুজন ব্যক্তিৰ মাজত বিশ্বাস গঢ়ি তোলাত সহায় কৰে আৰু যাৰ বাবে
আমি ইজনে সিজনক আজীৱন ভাল পাওঁ।
বিশ্বাস এটা ভাল সম্পৰ্কৰ অন্যতম মূল কাৰক গতিকে এই প্ৰমীজ ডে’ত আপুনি আপোনাৰ প্ৰেমী বা
প্ৰেমীকাক এই promise দিব পাৰে যে-
আপুনি কেতিয়াও বিশ্বাস বা আস্থা ভংগ নকৰিব আৰু সদায় তাই বা তেওঁ হৈ থাকিব।
আপোনাৰ সংগীক প্ৰেমৰ বৰষুণ দৰে আপুনাৰ ওপৰত পৰি থাকক আৰু দুয়োৰে আত্মপ্ৰেম কৰাৰ অভ্যাস
জিয়াই থাকক।
Happy Promise Day ওপৰত আমি আপোনালোকৰ বাবে কিছুমান শুভেচ্ছা বাৰ্তা তলত দিছো , যদি ভাল
লাগে আমাক টেলিগ্ৰামত follow কৰিব। আপোনাৰ এটা ফ’ল’ৱে আমাক লিখিবলৈ অধিক শক্তি দিব।
প্ৰমীজ ডে’ৰ শুভেচ্ছা বাৰ্তা
Happy Promise Day Wishes WhatsApp Status Messages:
আজিৰ এই প্ৰমীজ ডে’ত মই প্ৰতিশ্ৰুতি দিছো যে – তোমাক সদায় নিঃচৰ্তভাৱে ভাল পাম আৰু তোমাৰ হৈ থাকিম!
তোমাৰ সকলো সপোনক সফল কৰিম, আৰু সদায় তোমাৰ কাষত থিয় দিম। ❤️ তোমাক Promise Day-ত প্ৰতিশ্ৰুতি দিলো।
আজিৰ প্ৰমীজ ডে’ দিনটোত মই তোমাক প্ৰতিশ্ৰুতি দিলো- তুমি দুৰ্বল হলে মই তোমাৰ শক্তি হ’ম , দুখৰ মুহূৰ্তত তোমাৰ হাঁহি বিলাই যাম। Happy promise day
তোমাক কেতিয়াও এৰি নিদিওঁ এয়া মোৰ প্ৰতিশ্ৰুতি,
জীৱনৰ সকলো প্ৰত্যাহ্বানৰ মাজেৰে তোমাৰ হাত ধৰিম, আৰু আমি একেলগে প্ৰতিটো মুহূৰ্তক পাৰ কৰিম!
তোমাৰ কাষত থিয় দিম বুলি প্ৰতিশ্ৰুতি দিছো, যিয়েই নহওক। প্ৰতিশ্ৰুতি দিৱসৰ শুভেচ্ছা থাকিল!
তোমাৰ প্ৰতি মোৰ মৰম কেতিয়াও কম নহব। তোমাৰ লগত ❤️ চিৰদিনৰ কাষত থাকিম!! প্ৰতিশ্ৰুতি দিছো!
তোমাৰ দুখ আৰু চকুলো মোক ঘূৰাই দিয়া!! ❤️ প্ৰতিশ্ৰুতি দিছো সদায় লগত থাকিম।
মই হয়তো নিখুঁত নহবও পাৰো, কিন্তু তোমাৰ প্ৰতি মোৰ ❤️ মৰম সদায় নিখুঁত থাকিব!
তোমাৰ কঠিন সময়ত তোমাৰ শক্তি আৰু ভাল সময়ত তোমাৰ ❤️ আনন্দ হম– প্ৰতিশ্ৰুতি দিছো
ভেলেণ্টাইন ডেঽ (Valentine Day)ৰ দৰে , প্ৰেমিক-প্ৰেমিকাৰ বাবেও এই দিনটো গুৰুত্বপূৰ্ণ,
আৰু আমি প্ৰেম বিতৰণত বিশ্বাস কৰোঁ, গতিকে এই বাৰ্তাবোৰ এবাৰ আপোনাৰ প্ৰেমৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।