Consultant Security Job At NHPC : পৰামৰ্শদাতা (সুৰক্ষা) চাকৰি পদ খালী | অন্তিম আবেদন তাৰিখ ১৮-১০-২০২৩

Consultant Security Job At NHPC : পৰামৰ্শদাতা (সুৰক্ষা) চাকৰি পদ খালী | মহানিৰ্দেশক বিষয়াৰ প্ৰয়োজন: NHPC-ক এবছৰৰ বাবে চুক্তিৰ ভিত্তিত মহানিৰ্দেশক বিষয়াৰ প্ৰয়োজন বা পৰামৰ্শদাতা (সুৰক্ষা) হিচাপে সমতুল্য পৰ্যায়ত এজন অৱসৰপ্ৰাপ্ত বিষয়াৰ সেৱাৰ প্ৰয়োজন।

প্ৰতিৰক্ষাৰ পৰা অৱসৰ প্ৰাপ্ত বিষয়াই এই পদৰ বাবে আবেদন কৰিব পাৰে।

মন কৰিব যে, আবেদনকাৰী ভাৰতীয় নাগৰিক হ’ব লাগিব।

For New Updates, Join টেলিগ্ৰাম (Telegram)

অনুগ্ৰহ কৰি আমাৰ টেলিগ্ৰাম গোটত যোগদান কৰিবলৈ নাপাহৰিব।

অনুগ্ৰহ কৰি এই খালী পদটোৰ অধিক আপডেট পাবলৈ শেষলৈকে পঢ়ক।

Consultant Security Job At NHPC Details

মহানিৰ্দেশক বিষয়াৰ প্ৰয়োজন: NHPC এক ‘মিনি ৰত্ন’ কোম্পানী যি ভাৰতৰ সৰ্ববৃহৎ জলবিদ্যুৎ উদ্যোগ হিচাপে থিয় হৈছে।

এই কোম্পানী জলবিদ্যুৎ প্ৰকল্পৰ ডিজাইন, নিৰ্মাণ আৰু পৰিচালনাত ইয়াৰ দক্ষতাৰ বাবে প্ৰসিদ্ধ।

NHPC য়ে 01 টা বায়ু শক্তি প্ৰকল্প আৰু 02 টা সৌৰ শক্তি প্ৰকল্পৰ লগত জ​ৰিত

আৰু লগতে 22 টা জলবিদ্যুৎ প্ৰকল্প সফলতাৰে আৰম্ভ কৰিছে।

Also read ছিকিমত NHPC সকলো বিদ্যুৎ কেন্দ্ৰ সম্পূৰ্ণৰূপে বন্ধ

আৰু ইয়াৰ বিভিন্ন কেন্দ্ৰত প্ৰায়ে বহু পদ​ৰ নিয়ুক্তি হৈ থাকে।

পৰামৰ্শদাতা (সুৰক্ষা) পদৰ বিৱৰণ | Consultant Security Job At NHPC Details:

মহানিৰ্দেশক বিষয়াৰ (Consultant Security) বিৱৰণ তলত দিয়া হৈছে:-

Post Details – Consultant (Security)
Post NameConsultant (Security)
OrganizationNational Hydroelectric Power Corporation (NHPC)
Upper Age Limitসৰ্বাধিক বয়সৰ সীমা 65 বছৰ
Job Type 1 বছৰৰ চুক্তি / Period of Contract (1 Year)
Start date for receiving online applicationsঅনলাইন আবেদন প্ৰাপ্ত কৰাৰ আৰম্ভণি তাৰিখ: ০৪।১০।২০২৩(ৰাতিপুৱা ১১:০০ বজা)
End date for receiving online applicationsঅনলাইন আবেদন প্ৰাপ্ত কৰাৰ অন্তিম তাৰিখ: ১৮।১০।২০২৩(ৰাতিপুৱা ১১:০০ বজা)
Who Can Applyইণ্ডিয়ান আৰ্মি (Indian Army) or চেণ্ট্ৰেল আৰ্মড পুলিচ ফৰ্চ (Central Armed Police Forces) or চেণ্ট্ৰেল পুলিচ অৰ্গেনাইজেচন(Central Police Organization) or ষ্টেট পুলিচৰ পৰা অৱসৰ প্ৰাপ্ত বিষয়া

How To Apply For Consultant Security Job At NHPC

Consultant Security Job At NHPC : পৰামৰ্শদাতা (সুৰক্ষা) চাকৰি পদ খালী | মহানিৰ্দেশক বিষয়াৰ প্ৰয়োজন

আবেদনৰ পুৰ্বে নিৰ্দেশনাবোৰ সাৱধানে পঢ়ক আৰু সঠিক তথ্য প্ৰদান কৰি অন-লাইন আবেদন প্ৰপত্ৰখন পূৰণ কৰক।

যোগ্য প্ৰাৰ্থীসকলে কেৱল এনএইচপিচিৰ অনলাইন পঞ্জীয়ন প্ৰণালীৰ জৰিয়তে অনলাইন আবেদন কৰিব লাগিব।

আবেদন কৰিবলৈ, বৈধ আৰু সক্ৰিয় ই-মেইল আইডিৰ সৈতে www.nhpcindia.com দৰ্শন কৰক।

আবেদন জাননীটো আমি তলত লিংক ক​ৰিছো, আপুনি সঠিক তথ্য়ৰ বাবে এবাৰ প​ঢ়ি চাব পাৰে।

WhatsApp Group Join Now
Telegram Group Join Now

Leave a Comment