Check Your PF Balance Now: 2 মিনিটত পিএফ বেলেন্স প্ৰাপ্ত কৰাৰ সহজ উপায়

Check Your PF Balance Now: 2 মিনিটত পিএফ বেলেন্স প্ৰাপ্ত কৰাৰ সহজ উপায় | ভৱিষ্যত নিধি: আপুনি চ​ৰকাৰী বা বেচ​ৰকাৰী নক​ৰক কিয় আপোনাৰ পিএফ একাওন্ট নিশ্চিত ভাবে থাকিব,

যদি আপোনাৰ পিএফ (PF) একাওন্ট নাই, তেন্তে আপোনাৰ কোম্পানী বা বিভাগৰ মূল বা মুখ্য় ব্যক্তিৰ প​ৰা জানিব চেষ্টা ক​ৰক।

আপুনি পিএফ হৈছে এক সুৰক্ষিত পুঁজি যিটো আমাৰ চৰকাৰে পৰিচালনা কৰে,

আৰু আপুনি আপোনাৰ জমা ধনৰ ওপৰত সূত দিয়ে।

যদি আপোনাৰ ইতিমধ্যে পিএফ একাউণ্ট আছে আৰু কেনেদৰে অগ্ৰিম টকা উলিয়াব পাৰে?

For New Updates, Join টেলিগ্ৰাম (Telegram)

সেই বিষয়ে জানিব​ৰ বাবে, অনুগ্ৰহ কৰি আমাৰ টেলিগ্ৰাম গ্ৰুপটো যোগদান কৰক।

পিএফ | PF | Provident Fund | ভৱিষ্যত নিধি

যদি আপোনাক পেন্সনৰ সা-সুবিধাসমূহ প্ৰ​য়োজন অনুভব ক​ৰে, তেনেহ’লে আপুনি PF account থকাটো অতি প্ৰয়োজনীয়।

আপোনাৰ সৰ্বমুঠ চাকৰীৰ কাৰ্যকালৰ পিছত আপুনি নিজ​ৰ PF-ৰ টকা পেন্সনৰ আকাৰত প্ৰতি মাহে পাব পাৰে।

কিন্তু আপোনাৰ কোনো কাৰণত PF বন্দ হ​য়, তেনেহ’লে আপুনি জমা টকাৰ PF পেন্সনৰ প​ৰিমাণ কমকে পাব!

গতিকে নিজ​ৰ ভৱিষ্যত সুৰক্ষিত ক​ৰিব​ৰ বাবে প্ৰতি মাহে পিএফ বেলেন্স (Check Your PF Balance) চোৱাটো দ​ৰকাৰ।

Also read আপোনাৰ অৱসৰ সুৰক্ষিত কৰক

আপোনাৰ অৱসৰৰ দিন কেইটা সুন্দৰ ক​ৰিব​ৰ বাবে,আপুনি ভৱিষ্যত নিধিৰ তথ্য় নিজ​ৰ হাতত ৰখাটো দ​ৰকাৰ।

Check Your PF Balance ভৱিষ্যত নিধি পিএফ বেলেন্স
image source : https://www.epfindia.gov.in/site_en/index.php

মন ক​ৰিব যে, আমাৰ কৰ্মচাৰী পুঁজি সংগঠনে আমাৰ নাগৰিকসকলৰ বাবে সতৰ্কতা অভিযান চলায়।

আজি আমি জানিম, কি ভাবে আমি নিজ​ৰ পিএফ বেলেন্স 2 মিনিটত সহজ চাব পাৰি।

পিএফ বা ভৱিষ্যত নিধি বেলেন্স প্ৰাপ্ত ক​ৰাৰ সহজ উপায়

কিভাবে চাব PF বেলেন্স: আমি চোৱাৰ আগতে আমি পিএফ ফাণ্ডৰ অৱলোকন জানিব লাগিব।

পিএফ ফাণ্ডৰ অৱলোকন তলত দিয়া হৈছে:-

Check Your PF Balance | পিএফ ফাণ্ডৰ অৱলোকন
নামProvident Fund
সংগঠনEmployees Provident Fund Organisation (EPFO) 
লক্ষ্যচাকৰীৰ অৱসৰৰ বাবে সঞ্চয় আৰু পৰিকল্পনা কৰাত সহায় কৰা এক বিত্তীয় ব্যৱস্থা।
সূতৰ হাৰ৮.১৫ শতাংশ (২০২৩)
কোনে লাভ কৰিব পাৰেযিকোনো ৰাজহুৱা বা ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী
আগতীয়া পৰিমাণ উলিওৱা / Advance loanসম্ভৱ, অগ্ৰিম টকা উঠাব পাৰে

টকা উলিওৱাৰ বিষয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি এই লিংকটো চাওক: Download

যদি আপোনাৰ টকা উলিয়াৱ প​ৰা নাই, তেন্তে আমাৰ টেলেগ্ৰাম গোটত যোগদান ক​ৰক আৰু আমি আপোনাক সহায় ক​ৰিম।

পিএফ বেলেন্স কেনেকে প্ৰাপ্ত ক​ৰিব | How to Check Your PF Balance?

ৱেবছাইটত পিএফ বেলেন্স কেনেদ​ৰে প্ৰাপ্ত ক​ৰিব: ৱেবছাইটত পৰীক্ষা কৰিবলৈ আপুনি অফিচিয়েল ৱেবছাইট দৰ্শন বা চাব লাগিব।

যদি আপোনাৰ একাউণ্ট নাই, তেন্তে আপোনাৰ PF Account নামভৰ্তি কৰিবলৈ কৰ্মৰত কোম্পানী বা বিভাগক বা নিয়োগকৰ্তা জনাওক।

আপোনাৰ নিয়োগকৰ্তাই আপোনাক PF কাৰ্ড পিএফ / একাউণ্টৰ বিৱৰণ প্ৰদান কৰিব (যদি আপোনাৰ পিএফ আছে) তলত দিয়া অনুসৰি:

Check Your PF Balance ভৱিষ্যত নিধি

যদি আপুনি ইতিমধ্যে পঞ্জীয়ন কৰিছে, তেন্তে আপোনাৰ বৈধ ব্যৱহাৰকাৰীনাম(UAN) আৰু পাছৱৰ্ডৰ (Password) সৈতে লগইন(Login) কৰক।

মন ক​ৰিব যে,আপোনাৰ বেংক একাউন্ট আৰু আধাৰ কাৰ্ড, PF-ৰ লগত যুক্ত থকাটো অতি গুৰুত্বপুৰ্ণ,

কাৰণ ইয়াৰ অবিহনে আপোনি নিজ​ৰ টকা উঠাব নোৱাৰে।

লগইনৰ বাবে প্ৰদত্ত পদক্ষেপবোৰ অনুসৰণ কৰক-

  1. ১. ৱেবছাইট খোলাৰ পিছত, ‘Our Services’ লিংকলৈ যাওক আৰু ‘Services’ত ক্লিক কৰক।
  2. ২. এতিয়া, আপুনি বাছনি কৰক “Member Passbook”

Check Your PF Balance পিএফ বেলেন্স

  1. ৩. আপোনাৰ বৈধ ব্যৱহাৰকাৰীনাম(UAN) আৰু পাছৱৰ্ডৰ (Password) সৈতে লগইন(Login) কৰক।
  2. ৪. এতিয়া, লগইন ক​ৰাৰ পিছত- আপুনি আপোনাৰ জমা টকাৰ বিৱৰন সহজে চাব পাৰিব।
  3. এই প্ৰক্ৰিয়াটোত আপোনাক সৰ্বাধিক ২ মিনিট লাগিব।

    পিএফ অফিচৰ সৈতে যোগাযোগ কৰিবলৈ টোল ফ্ৰী নম্বৰ- ১৪৪৭০ কল কৰিব পাৰে।

    কৰ্মচাৰীক কিয় ভৱিষ্যত নিধিৰ প্ৰয়োজন?

    ভৱিষ্যত নিধিৰ প্ৰয়োজনীয়তা এটা সৰল উদাহৰণৰ দ্বাৰা ব্যাখ্যা কৰা হয় যাক তলত দিয়া হৈছে:-

    আপোনাৰ ব​ৰ্তমান ব​য়স ৩০ বছ​ৰ।

    ধ​ৰি লওক, আপুনি এজন কৰ্মচাৰী (চ​ৰকাৰী বা বেচ​ৰকাৰী) আৰু আপোনাৰ দ​ৰমহা ২০০০০ (বিশ হাজাৰ) প্ৰতি মাহ।

    আপোনাৰ পৰা প্ৰতি মাহে ২৪০০ টকা আৰু ৭৩৪ টকা আপোনাক নিয়োগকৰ্তাই PF Account-ত দিয়ে,

    PF আপোনাৰ অবদান মুঠ ৩১৩৪ টকা / প্ৰতি মাহ।

    ধ​ৰি লওক , আপুনি ৫৫ বছৰত অৱস​ৰ লব, তেনেহলে আপুনি সৰ্ব মুঠ ৩৩,২৭,৭৭১ টকা PF-ৰ পাব।

    আপুনি নিজে বিবেচনা কৰিব পাৰে যে, ৫৫ বছ​ৰ ব​য়সত আপোনাক ৩৩ লাখ ২৭ হাজাৰ টকাই বহুখিনি সহায় ক​ৰিব পাৰে।

    আশা কৰোঁ আপুনি এই লিখনিটো ভাল পাব।

    অনুগ্ৰহ কৰি তলত মন্তব্য কৰক, যিসকলে পিএফত লগইন(login) কৰিব প​ৰা নাই।

    আমি আপোনাক ১০০% বিনামূলীয়াকৈ নিৰ্দেশনা দিম।

    WhatsApp Group Join Now
    Telegram Group Join Now

Leave a Comment