Biography of Jungal Balahu : জোঙাল বলহুৰ জীৱনী

Biography of Jungal Balahu : জোঙাল বলহুৰ জীৱনী: এক সম​য়ত বৰ্তমানৰ ৰহা, অসমত তিৱা জনগোষ্ঠীৰ শাসন আছিল।

আৰু জোঙাল বলহু আছিল তাৰে ৰজা , যাৰ প্রতিমূর্তি আপুনি নগাওঁৰ ৰহাত দেখা পাব।

ৰহাৰ এই স্থান ব​ৰ্তমান এক পর্যটনস্থলী, যত ভাৰত​ৰ বিভিন্ন ঠাইৰ ভ্ৰমনকাৰী জোঙাল বলহুৰ প্রতিমূর্তি চাব আহে।

আমাৰ ইতিহাসৰ তথ্য অসম্পূৰ্ণ আৰু বহু কথা লুকুৱাই আছে, সেয়েহে, আপুনি কেৱল ৰজা জোঙাল বলহুৰ ওপৰত প্ৰাথমিক তথ্যহে এই লখনিত পাব।

Biography of Jungal Balahu

১৩৬৫-১৩৮৫ খ্ৰীষ্টাব্দৰ আশে-পাশে মধ্যযুগীয় উত্তৰ-পূব ভাৰতত জোঙাল বলহু (Jungal Balahu) নাম​ৰ এজন মহান প্ৰতাপী তিৱা ৰজা আছিল৷

ৰজা মৃগাংকৰ মাঁকৰ নাম গংগাৱতী আৰু পিতাৰ নাম আছিল আৰিমত্ত ৷

আচলতে, এওলোক কমতা ৰাজ্যত বাস ক​ৰিছিল আৰু যি কমতা ৰাজ্যত ১৩০৫-১৩২৫ চনত প্ৰতাপ সিংহ শাসক আছিল।

এক সম​য়ত তেওঁ ওচৰৰ সকলো ৰাজ্যক পৰাস্ত কৰিছিল আৰু নিজ​ৰ ৰাজ্য সম্প্ৰসাৰিত ক​ৰিছিল৷

বলহু কমতা ৰাজ্যৰ শেষ শাসক আছিল৷ তেওঁৰ পিছত কমতাৰ নীলধ্বজে ক্ষমতালৈ আহি,

খেন বংশ প্রতিষ্ঠা কৰে, যাৰ ফলত কমতা ৰাজ্যৰ অন্ত পৰে।

তেওঁৰ পত্নী সুকোমলা নগা ৰজা ফা বডোচাৰ কন্যা আছিল।

তাই দেউতাকৰ লগত ষড়যন্ত্ৰ কৰি বলহুৰ সেই ঐশ্বৰিক তৰোৱালখন লুকুৱাই ৰাখিছিল, যিয়ে তেওঁক অজেয় কৰি তুলিছিল ৷

Also read সাহিত্যিক উত্তৰাধিকাৰী লক্ষ্মীনাথ বেজবৰুৱা

শত্ৰুৰ পৰা পলায়ন কৰিবলৈ গৈ কলং নদীত পানীত ডুব গৈ বলহুৰ মৃত্যু হয়।

WhatsApp Group Join Now
Telegram Group Join Now

Leave a Comment