Gds Apply Online 2025: যদি আপুনি দশম পৰীক্ষাৰ পিছত চৰকাৰী চাকৰি বিচাৰিছে তেন্তে এই ব্লগপোষ্টটো আপোনাৰ বাবে।
ভাৰতীয় গ্ৰামীন ডাক সেৱক (GDS) নামৰ মুকলি পদ পূৰণৰ বাবে যোগ্য প্ৰাৰ্থীৰ প্ৰয়োজন হৈছে।
আগ্ৰহী পাৰ্থীসকলে অনলাইন যোগে আবেদন কৰিব পাৰে।
এই পদমূহৰ ভিতৰত আছে শাখা ডাকঘৰ (BPM), সহকাৰী শাখা ডাকঘৰ (ABPM), আৰু বিভিন্ন ডাকঘৰত ডাক সেৱকৰ পদ।
উপলব্ধ পদসমূহৰ সবিশেষ পৰিশিষ্ট Gds Apply Online 2025 এই লিখনিত পাব।
যদি আপুনি আগ্ৰহী, তেন্তে এই ডাক বিভাগৰ লিংকত অনলাইনযোগে আবেদন দাখিল কৰিব লাগিব
ডাক বিভাগত যোগদান কৰাৰ এই সুযোগ ৰ লাভ লবলৈ, আপুনি এই লিখনিৰ পৰা পদৰ যোগ্যতা, বয়সৰ সীমা,অৰ্হতা,আবেদন প্ৰক্ৰিয়া বিষয়ে জানি লওক! 😊
How to Gds Apply Online 2025
অনলাইন আবেদন জমা দিয়াৰ আগতে পৰীক্ষাৰ্থীয়ে নিজেই পঞ্জীয়ন কৰিব লাগিব।
পঞ্জীয়নৰ বাবে, আপুনি এটা বৈধ মোবাইল নম্বৰ আৰু এটা সক্ৰিয় ইমেইল ঠিকনাৰ প্ৰয়োজন হ’ব।
মনত ৰাখিব, প্ৰতিজন প্ৰাৰ্থীৰ বাবে মাত্ৰ এবাৰহে আবেদনে or পঞ্জীয়নৰ অনুমতি পাব।
Also read: 39481 কনিষ্টবলত খালী পদ
কোনো প্ৰাৰ্থীৰ বাবে ডুপ্লিকেট বা একাধিক পঞ্জীয়ন/আবেদন জমা দিয়াৰ অনুমতি নাই।
যদি কৰে তেন্তে আপোনাৰ সকলো আবেদন বাতিল হ’ব।
মন কৰিব যে,আবেদন পূৰণ কৰাৰ সময়ত কোনো নথি-পত্ৰ সংলগ্ন কৰাৰ প্ৰয়োজন নাই।
কিন্তু, আপুনি আপোনাৰ শেহতীয়া ফটো আৰু স্বাক্ষৰ পৰ্টেলত আপলোড কৰিব লাগিব৷
Online apply কোনো সমস্যাৰ পৰা হাত সাৰিবলৈ এই পদক্ষেপসমূহ সাৱধানে অনুসৰণ কৰাটো নিশ্চিত কৰক!
District Details for Gds Apply Online 2025
Gds Jobs তলৰ জিলাসমূহত পদটো মুকলি কৰা হৈছে।
- Cachar
- Darrang
- Dibrugarh
- Goalpara
- Guwahati
- Nagaon
- Nalbari
- RMS GH (Guwahati)
- RMS S
- Sibsagar
- Tinsukia
Vacant Post Name and Qualification Details
SL NO | Post Name | Qualification |
1 | ডাক সেৱক | মাধ্যমিক বিদ্যালয় পৰীক্ষাত দশম শ্ৰেণীৰ উত্তীৰ্ণৰ প্ৰাৰ্থী |
আনকি আবেদনকাৰীয়ে অন্ততঃ দশম পৰ্যন্ত স্থানীয় ভাষা অধ্যয়ন কৰিব লাগিব।
ইয়াৰ উপৰিও প্ৰাৰ্থীৰ কম্পিউটাৰ জ্ঞান আৰু চাইকেল চলোৱাৰ অভিজ্ঞতা থাকিব লাগিব।
Gds Apply Important Dates
অনুগ্ৰহ কৰি তাৰিখসমূহ সংৰক্ষণ কৰক , যদি আপুনি সঁচাকৈয়ে এই খালী পদৰ বাবে আগ্ৰহী।
Date | Activity |
10.02.2025 to 03.03.2025 | Online registration start |
06.03.2025 to 08.03.2025 | Edit/Correction window |
Gds Apply Required Documents
সকলো প্ৰাৰ্থীয়ে তলত দিয়া নথিপত্ৰ মূল (প্ৰযোজ্য অনুসৰি) আৰু দুটা ছেট (self-attested photocopies) ফটোকপি লৈ যাব লাগিব।
পৰীক্ষণৰ বাবে আপোনাৰ মূল নথিপত্ৰ আৰু ২খন পাছপ’ৰ্ট আকাৰৰ ফটো (প্ৰয়োজন হ’লে) লৈ যাবলৈ নাপাহৰিব।
- মাৰ্কশ্বীট (Marksheet) পত্ৰিকা
- পৰিচয়ৰ প্ৰমাণ
- জাতিৰ প্ৰমাণপত্ৰ
- পিডব্লিউডি (PWD) প্ৰমাণপত্ৰ
- EWS প্ৰমাণপত্ৰ
- Transgender প্ৰমাণপত্ৰ
- জন্মৰ তাৰিখ প্ৰমাণ
- যিকোনো চৰকাৰৰ চিকিৎসা বিষয়াই প্ৰদান কৰা চিকিৎসা প্ৰমাণপত্ৰ
এই Download Pdf লিংকৰ পৰা Gds Apply Online 2025 ডাউনলোড কৰিব পাৰিব।