Shivratri Wishes in Assamese: 🕉 নমঃ শিৱায় – এই ব্লক পোষ্টটো শিৱক বিশ্বাস কৰা ভক্তসকলৰ বাবে।
আৰু লগতে আপুনি আমাৰ এই লিখনিৰ পৰা Happy Haha Shivratri Assamese Video Download কৰিব পাৰিব।
আনকি আমি আপোনালোকৰ বাবে Shivratri Whatsapp Status in Assamese সজায় ৰাখিছো, ভাল লাগিলে download কৰিব পাৰে।
শাওণ মাহ শিব বাবাৰ মাহ, যি আমাক বাবাৰ কামত সজিব হৈ থাকিবৰ প্ৰেৰণা দিয়ে।
অনন্ত আদি মহাদেৱ সকলোৰে প্ৰভু আৰু তেওঁৰ দুৱাৰ সকলোৰে বাবে মুকলি।
এই লেখাটো মহাদেৱ আৰু নিজৰ চিৰন্তন প্ৰিয়জনক বিশ্বাসীসকলৰ বাবে লিখা হৈছে।
হিন্দুস্তান শিৱৰাত্ৰি এক মহান উৎসৱ আৰু এই উৎসৱত পূজাৰ বাহিৰে মহাদেৱ আৰু Shivratri HD Wallpapers আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব পাৰিব।
যিজনে এবাৰ মহাদেৱৰ আশ্ৰয় লয়, মহাদেৱৰ মহিমা জানে আৰু জীৱনত সফলতাৰ বাবে আনৰ লগত সদায় সহযোগ কৰে।
Maha Shivratri 2025 Date and Time (মহা শিৱৰাত্ৰি ২০২৫ তাৰিখ আৰু সময়)
মহা শিৱৰাত্ৰি হৈছে ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত হিন্দু উৎসৱ যাৰ অৰ্থ হ’ল অশুভ ধ্বংসকাৰী আৰু
পৰিৱৰ্তনৰ দেৱতা মহাদেৱক পূজা আৰু নমন জনোৱা।
সৰ্ব শক্তিশালী মহাদেৱে আপোনাৰ সকলো অশুভ ধ্বংসকাৰী ব্যাধিসমূহ দূৰ কৰি আপোনাৰ জীৱনত পৰিৱৰ্তন আনিব পাৰে।
শিৱৰাত্ৰি কিয় পালন কৰা হয় (Why Shivratri is celebrated)
সনাতন ধৰ্মত শিৱৰাত্ৰি হিন্দু ধৰ্মৰ এক গুৰুত্বপূৰ্ণ উৎসৱ, যিটো ভগৱান শিৱৰ উপাসনা আৰু তেওঁৰ প্ৰতি
ভক্তি প্ৰকাশৰ বাবে পালন কৰা হয়।
এই উৎসৱৰ পিছত ধাৰ্মিক, পৌৰাণিক, আধ্যাত্মিক, আৰু বৈজ্ঞানিক কাৰণ আছে।
ধাৰ্মিক দৃষ্টিকোণৰ পৰা, শিৱৰাত্ৰিৰ দিনা শিৱলিংগক গাখীৰ, দুৰ্বা , বেলপাত আদিৰে পূজা কৰিলে ভগৱান
শিৱৰ আশীৰ্বাদ লাভ কৰা হয়।
পুৰাণ মতে, এই দিনা ভগৱান শিৱই তেওঁৰ তাণ্ডৱ নৃত্য কৰিছিল আৰু বিশ্বৰ কল্যাণৰ বাবে বিষ পান কৰিছিল!
যাৰ ফলত তেওঁৰ উপাসনা কৰিলে ভক্তসকলৰ পাপ নাশ হয়।
আধ্যাত্মিক দৃষ্টিভংগীৰ পৰা, শিৱৰাত্ৰিৰ দিনা চন্দ্ৰৰ পোহৰ কমি যায়, যাৰ ফলত মানুহৰ মন শান্ত হয় আৰু
ধ্যান কৰাটো সহজ হয়।
বৈজ্ঞানিক দৃষ্টিভংগীৰ পৰা, উপবাস ৰাখিলে শৰীৰৰ বিষাক্ত পদাৰ্থ দূৰ হয় আৰু শৰীৰ সুস্থ থাকে।
গতিকে, শিৱৰাত্ৰিৰ দিনা ভগৱান শিৱৰ উপাসনা কৰিলে তেওঁৰ আশীৰ্বাদ লাভ কৰাৰ লগতে জীৱনত সুখ-
শান্তি আহে বুলি বিশ্বাস কৰা হয়।
শিৱৰাত্ৰি দিনা ঘৰত কি কি কৰিব লাগে (What to do at home on Shivratri)
শিৱৰাত্ৰিৰ পবিত্ৰ দিনা ঘৰত কিছুমান বিশেষ কাৰ্য্য কৰিব পাৰে।
যিবোৰে ভগৱান শিৱৰ প্ৰতি ভক্তি প্ৰকাশ কৰে আৰু উৎসৱৰ পৱিত্ৰতা ৰক্ষা কৰে।
তলত শিৱৰাত্ৰি দিনা ঘৰত কৰিবলগীয়া কামবোৰৰ এটা তালিকা দিয়া হল:
শিৱৰাত্ৰি পূজা ব্ৰত উপবাস নীতি নিয়ম
- ১. প্ৰাৰ্থনা আৰু ধ্যান
- ২. উপবাস ৰখা
- ৩. শিৱলিংগক গাখীৰেৰে অভিষেক কৰা
- ৪. শিৱ মন্ত্ৰ জপ কৰা
- ৫. শিৱ পুৰাণ বা শিৱ সংহিতা পাঠ কৰা
- ৬. ৰাতি জাগৰণ কৰা
- ৭. ভক্তিসহকাৰে কীর্তন-ভজন কৰা
- ৮. দান-ধৰ্ম কৰা
- ৯. শিৱৰ মূৰ্তি বা ছবিৰ সন্মুখত দীপ জ্বলোৱা
- ১০. সাধু-সন্তসকলৰ পৰামৰ্শ লোৱা
শিৱৰাত্ৰিৰ দিনা এই কামবোৰ কৰিলে ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰাৰ লগতে জীৱনত সুখ-শান্তি আহে।
২০২৫ বৰ্ষৰ শিৱৰাত্ৰি সময় সুচি
মহা শিৱৰাত্ৰি ২০২৫ তাৰিখ আৰু সময়ৰ বিৱৰন আমি তলত দিছো:-
Maha Shivratri 2025 Date and Time | |
তাৰিখ: | ২০২৫ চনৰ ২৬ ফেব্ৰুৱাৰী বুধবাৰ |
পূজাৰ সময়: | পুৱা ১২:০৭ বজাৰ পৰা পুৱা ০১:০০ বজালৈ (২৭ ফেব্ৰুৱাৰী) |
চতুৰ্দশী তিথি আৰম্ভ: | ১০:৩৮ বজাত (২৫ ফেব্ৰুৱাৰী) |
চতুৰ্দশী তিথি শেষ: | নিশা ০৮:০৯ বজাত (২৬ ফেব্ৰুৱাৰী) |
এইটো বিশ্বাস কৰা হয় যে আজিৰ দিনটোতে ভগৱান শিৱই তাণ্ডৱ নৃত্য (ব্ৰহ্মাণ্ডীয় নৃত্য) পৰিবেশন কৰিছিল।
Shivratri Wishes in Assamese(অসমীয়াত শিৱৰাত্ৰি শুভেচ্ছা)
অসমীয়াত শিৱৰাত্ৰি শুভেচ্ছা বাণীসমূহ আৰু ছবিবোৰ আমাৰ এই blogpost ত পাব।
এই পবিত্ৰ দিনটো বহুলোকে শিৱ মহিমা পঢ়ে আৰু শিব চতুৰ্দশীৰ ভাল ফল প্ৰাপ্ত কৰাৰ বাবে শিব নাম আৰু বাৰ্তা বিতৰণ কৰে।
আজি আমি আপোনালোকৰ বাবে লৈ আহিছো মহাদেৱৰ শ্ৰেষ্ঠ HD ৱালপেপাৰ , যিয়ে আপোনাক আপোনাৰ জীৱনত আনন্দ দিব পাৰে।
তলত দিয়া সকলো ৱালপেপাৰ বিনামূলীয়াকৈ ডাউনলোড কৰি বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব পাৰিব, যাতে মহাদেৱৰ প্ৰতি আপোনাৰ শক্তি আৰু প্ৰেম বাঢ়ি যায়।
যদি আপুনি এই সকলোবোৰ ৱালপেপাৰ বিচাৰে, তেন্তে কোনো সংকোচ নকৰাকৈ শেষলৈ যাওক।
শিৱৰাত্ৰি কেৱল শিৱৰ গীত আৰু শিৱৰ পূজাত সীমাবদ্ধ থাকিব নালাগে।
ইয়াৰ বাবে আমি আপোনালোকৰ বাবে লৈ আহিছো- শিৱৰাত্ৰি উপলক্ষে মহাদেৱৰ শ্ৰেষ্ঠ ৱালপেপাৰ আৰু শিৱৰাত্ৰিৰ শুভেচ্ছা বাণীসমূহ।
Free অসমীয়াত শিৱৰাত্ৰি শুভেচ্ছা | মহাশিৱৰাত্রিৰ শুভেচ্ছা
মহাশিৱৰাত্রি শুভেচ্ছা আৰু অভিনন্দন বাৰ্তা Free Download
প্ৰিয় বন্ধুসকল, আমি আমাৰ সৰ্বোচ্চ মহাশিৱৰাত্রি শুভেচ্ছা আৰু অভিনন্দন বাৰ্তা দিবলৈ চেষ্টা কৰিছো।
এই বাৰ্তা সমূহ যিমান পাৰি শ্বেয়াৰ কৰিব আৰু আমাৰ টেলিগ্ৰাম চেনেলত যোগদান কৰি, যাতে অধিক HD
শিৱৰাত্ৰীৰ ছবি আৰু ভিডিঅ’ বিনামূলীয়াকৈ ডাউনলোড কৰিব পাৰে।
আমি আপোনালোকৰ বাবে মহাশিৱৰাত্রি শুভেচ্ছা আৰু অভিনন্দন বাৰ্তাসমূহ (Shivratri Wishes in Assamese) তলত দিয়া হৈছে
Also read: ৭ টা বস্তু আনৰ পৰা আশা বন্ধ কৰা উচিত
জীৱনৰ সকলো দুখ-কষ্ট ধ্বংস হয়, কেৱল দেৱতাৰ দেৱতা মহাদেৱৰ দৰ্শনে।
গতিকে তলত দিয়া ভগৱান শিৱৰ শ্ৰেষ্ঠ ৱালপেপাৰ (Best Shivaratri Wallpapers) সমূহ আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক।
মহাদেৱৰ ভক্তসকলে, এই সকলোবোৰ ৱালপেপাৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিব পাৰে, যাতে আপোনাৰ বন্ধু-বান্ধৱী আৰু বন্ধু-বান্ধৱীৰ বন্ধুসকলেও মহাদেৱৰ দৰ্শন লাভ কৰে।
যদি আপুনি ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰি থাকে, তেন্তে এই ফটোসমূহ আপোনাৰ হোৱাটছএপ ষ্টেটাছ (WhatsApp Status) or WhatsApp Channel -ত ৰাখি বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব পাৰে।
আমি আশা কৰোঁ যে ঈশ্বৰৰ প্ৰভু মহাদেৱৰ শিৱৰাত্ৰিত আপোনাৰ সকলো দুখ গুচি যায় আৰু আপোনাৰ আগন্তুক দিনবোৰ সুন্দৰ হৈ উঠে।
আমি আপোনালোকৰ বাবে মহাদেৱৰ WhatsApp ষ্টেটাছ ভিডিঅ’ও বনাইছো, যিটো আমাৰ YouTube চেনেলতো চাব পাৰিব।
Shivratri Special Status in Assamese
শিৱৰাত্ৰি কেৱল কোনো পূজা বা উৎসৱ নহয়, বৰং ই এটা বিশেষ দিন যত আপুনি আপোনাৰ অহং, খং
আৰু নেতিবাচক চিন্তাক আত্মসমৰ্পণ কৰিব পাৰে।
এই দিনটো য’ত আপুনি উপবাস কৰিব পাৰে আৰু আপোনাৰ ইতিবাচক শক্তি আৰু সুখী জীৱনৰ বাবে
শিৱলিংগক পানী আৰু গাখীৰ পৰিবেশন কৰিব পাৰে।
বহুতে এই উপলক্ষে দৰিদ্ৰ লোকক দান দি ভাল পায়। ইয়াৰ দ্বাৰাও আপোনাৰ ইতিবাচক শক্তি প্ৰকাশ আৰু
অহংকাৰ আধিপত্য কৰাৰ সুবিধা পায়।
অসমীয়াত শিৱৰাত্ৰি শুভেচ্ছা বাণীসমূহ ছবি (Shivratri Free Images) আকাৰত তলত দিয়া হৈছে:-
Also Read:আপোনাক দুখীয়া কৰা ৫টা অভ্যাস
Assamese Shivaratri Special Songs
আমি আপোনালোকৰ বাবে তলত কিছুমান বিশেষ assamese shivaratri special songs প্রস্তুত কৰিছো,
এই গানবোৰ আপোনালোকে YouTube পৰা শিৱৰাত্ৰিৰত বজাব পাৰিব:-
- বাবা তুমি ত্ৰিভুবোনোৰ: শিৱৰাত্ৰিৰ গীত link
- ডম্বৰু বজাই : শিৱৰাত্ৰিৰ গীত link
- আদিযোগী//হৰ হৰ মহাদেৱ : শিৱৰাত্ৰিৰ গীত link
- কৈলাশপতি – মণ্ট মনি শইকীয়া : শিৱৰাত্ৰিৰ গীত link
- ভাংগোৰ নিছাতে: শিৱৰাত্ৰিৰ গীত link
আমি শিৱৰাত্ৰিৰৰ লগত জড়িত কেইটামান গীত (Assamese Shivaratri Special Songs) তালিকাভুক্ত কৰিছো , যদি আৰু গান লাগে তেন্তে
youtube ত check or search কৰিব পাৰে ।
Shivratri Whatsapp Status in Assamese
যদি আপুনি assamese shivratri whatsapp status images বিছাৰি আছে, তেনেহলে আপুনি আমাৰ টেলিগ্ৰাম গ্ৰোপৰ পৰাও ডাউনলোড কৰিব পাৰে।
Happy Maha Shivratri Assamese Video Download
প্ৰিয় বন্ধুসকল, আমি আপোনালোকৰ বাবে কেইটামান Shivratri whatsapp status video share কৰিছো।
যদি আপোনাৰ whatsapp status ৰ বাবে এই video বোৰ download কৰিব বিচাৰে, তেন্তে আমাৰ
telegram channel visit কৰিব পাৰে।
আমি আপোনাক Maha Shivratri Assamese Video বিনামূলীয়াকৈ দিবলৈ পাই সুখী হ’ম।
Shivratri Wishes in Assamese, Free Wallpapers and WhatsApp Status
Shivaratri Special Assamese Status Messages (শিৱৰাত্ৰি বিশেষ অসমীয়া Status বাৰ্তা)
নমস্কাৰ বন্ধু, আমি ইতিমধ্যে শিৱৰাত্ৰিৰ ৫০+ বাৰ্তা প্ৰকাশ কৰিছো।
এতিয়া, ইয়াত কিছুমান শিৱৰাত্ৰি বিশেষ অসমীয়া ষ্টেটাছ মেছেজ(Shivaratri Special Assamese Status
Messages) দিব গৈ আছো,যিবোৰ আপুনি Social media or whatsapp status ব্যৱহাৰ কৰিব পাৰে।
আমি আপোনালোকৰ বাবে কিছুমান নতুন Shivaratri special songs assamese status প্ৰকাশ কৰিব
গৈ আছো, আশা কৰো, আপোনালোকে ভাল পাব!
Conclusion
অসমীয়াত শিৱৰাত্ৰি শুভেচ্ছা or Shivratri Wishes in Assamese: আমি আপোনালোকৰ বাবে এক
শান্তিপূৰ্ণ আৰু ধন্য মহা শিৱৰাত্ৰীৰ শুভেচ্ছা জ্ঞাপন কৰিলো, যদি ভাল লাগিছে, আমাক টলিগ্ৰামত কৰক!
মহাশিৱৰাত্ৰিৰ নিশা ভগৱান শিৱৰ সৈতে আমি ধ্যান আৰু সংযোগ স্থাপন কৰিব পাৰো, কেৱল তাৰ বাবে
আমাক লাগে পবিত্ৰ মন আৰু সৎ চিন্তা।
মহাশিৱৰাত্রিৰ শুভেচ্ছা বাৰ্তাসমূহ ওপৰত video,text message (Shivratri Wishes in Assamese, Free
Wallpapers and WhatsApp Status) আৰু ছবি ৰূপত দাঙি ধৰিছো, যদি আপোনালোকৰ কোনো
মতামত থাকে, তেহেহলে আমাক তলত কৰি জনাব।
আনকি আমি কিছুমান Assamese Shivaratri Special Songs ওপৰত দিছো,যি আপুনি YouTube ত পাব।
ভগৱান শিৱৰ ঐশ্বৰিক সান্নিধ্য আৰু প্ৰেম সদায় সকলোকৰ লগত থাকক!
🕉️ Namah Shivay 🔱