Apply For NIOS Vacancy 2023: NIOS ২০২৩ খালী পদ​ৰ বাবে আবেদন ক​ৰক

Apply For NIOS Vacancy 2023: NIOS ২০২৩ খালী পদ​ৰ বাবে আবেদন ক​ৰক: নেচনেল ইনষ্টিটিউট অৱ অপেন স্কুলিং (National Institute of Open Schooling)-ৰ বিভিন্ন পদ​ৰ বাবে আবেদন জনোৱা হৈছে।

ইচ্ছুক প্ৰাৰ্থীসকলে তলত দিয়া সঠিক বিৱ​ৰণ চাব পাৰে এই খালী পদসমূহ​ৰ বাবে education qualification– প্ৰাথমিক স্কুল পাছৰ প​ৰা স্নাতকোত্তৰ ডিগ্ৰী লৈ দিয়া হৈছে।

নেচনেল ইনষ্টিটিউট অৱ অপেন স্কুলিং ভাৰতত প্ৰসিদ্ধ নাম আৰু ই ২০২৩ বৰ্ষৰ বাবে খালী পদৰ জাননীলৈ আহিছে।

চমু ৰূপত সংগঠনটোক –NIOS (এন.আই.ও.এছ.) বুলি জনা যায়।

pmindiascheme-whatsapp-group

Apply For NIOS Vacancy 2023-ৰ ওপ​ৰত আমি আপোনালোকক সম্পুৰ্ণ বাৰ্তা প্ৰদান ক​ৰিম, অনুগ্ৰহ কৰি শেষলৈকে এই লিখনিটো পঢ়ক।

নেচনেল ইনষ্টিটিউট অফ অপেন স্কুলিং (NIOS) হৈছে বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ অধীনত এক স্বায়ত্তশাসিত প্ৰতিষ্ঠান।

এই স্বায়ত্তশাসিত প্ৰতিষ্ঠান শিক্ষা মন্ত্ৰালয়, ভাৰত চৰকাৰ অধিনত মুক্ত আৰু দূৰত্ব শিক্ষণ পদ্ধতিৰ জৰিয়তে মানদণ্ডৰ শিক্ষাৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান ক​ৰে।

প্ৰতিষ্ঠানটোৱে নিম্নলিখিত গোট ‘A’, ‘B’ আৰু ‘C’ পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা অনলাইন আৱেদন আমন্ত্ৰণ জনাইছে।

নিয়ুক্তিৰ অৱলোকন আমি তলত দিছো:-

Apply For NIOS Vacancy 2023 -Overview
OrganizationNational Institute of Open Schooling
Organization addressA–24-25, Institutional Area, Sector 62, NOIDA, Uttar Pradesh – 201309
Total vacant post62
Mode of recruitmentDirect
Notification No.(NIOS/RC/04/2023)
minimum qualification to applyPrimary School Pass for Multi tasking staff
maximum qualification to applySecond Class Master’s Degree in any subject for Deputy Director
Online apply date starts30.11.2023 from 11.00 AM onwards
Online apply date ends21.12.2023 till 11.59 PM.)
Official websiteOpen the link
Apply For NIOS Vacancy 2023:NIOS ২০২৩ খালী পদ​ৰ বাবে আবেদন ক​ৰক, অনলাইন আবেদন আৰম্ভ ৰাতিপুৱা ৩০.১১.২০২৩ পৰা অন্তিম তাৰিখ ২১.১২.২০২৩ দাখিল কৰক

Apply For NIOS Vacancy 2023-ৰ যোগ্য়তা, ব​য়স আৰু দ​ৰমহাৰ বিৱ​ৰণ জানিব​ৰ বাবে তলত দিয়া পদসমূহ চাব পাৰে।

Also read pmindia scheme DSSSB ৮৬৩ পদ​ৰ বাবে আবেদন বিচাৰিছে

NIOS ২০২৩ খালী পদ​ৰ | GROUP ‘A’ POSTS Post Details

GROUP ‘A’ NIOS 2023 Recruitment-ৰ বিভিন্ন পদ​ৰ বিৱ​ৰণ তলত দিয়া হৈছে:-

SLNOName of the PostSalaryEducational qualification
1DEPUTY DIRECTOR (CAPACITY BUILDING CELL)Level-12
(₹78800-209200)
Second Class Master’s Degree in any subject from a recognized university.

ওপৰোক্ত পোষ্টৰ বাবে হিন্দী আৰু ইংৰাজীৰ কাৰ্যকৰী জ্ঞানৰ প্ৰ​য়োজন হ’ব।

SLNOName of the PostSalaryEducational qualification
2DEPUTY DIRECTOR (ACADEMIC)Level-12 (₹78800-209200)Second Class Master’s Degree in any subject from a recognized university.

DEPUTY DIRECTOR (ACADEMIC) পোষ্টৰ বাবে কম্পিউটাৰ operations-ৰ লগতে হিন্দী আৰু ইংৰাজীৰ কাৰ্যকৰী জ্ঞানৰ প্ৰ​য়োজন হ’ব।

SLNOName of the PostSalaryEducational qualification
3ASSISTANT DIRECTOR (ADMINISTRATION)Level–11 (₹67700-208700)At least second class Bachelor’s Degree

বোৰ্ড বা বিশ্ববিদ্যালয় পৰ্যায়ৰ পৰীক্ষা বা আভ্যন্তৰীণ মূল্যায়ন কৰাৰ অভিজ্ঞতাৰ প্ৰ​য়োজন হ’ব।

লগতে হিন্দী আৰু ইংৰাজী ভাষা আৰু Computer operations-ৰ প্ৰ​য়োজন হ’ব।

SLNOName of the PostSalaryEducational qualification
4ACADEMIC OFFICER Level-10 (₹56100-177500)Master’s Degree or equivalent in relevant subject from recognized university
with at least 55% marks (B+) or its equivalent grade and good academic
records

ACADEMIC OFFICER পদৰ বাবে হিন্দী আৰু ইংৰাজী ভাষাৰ লগতে কম্পিউটাৰ কাৰ্যকলাপৰ দক্ষতা or যোগ্য়তাৰ প্ৰ​য়োজন।

ACADEMIC OFFICER পদটো PARAMEDICAL COURSES , TEACHER EDUCATION, TECHNOLOGY আৰু COMPUTER SCIENCE পৰ্যায়ত আবেদন ক​ৰিব পাৰে।

অধিক জানিব​ৰ বাবে Advertisement pdf চাব পাৰে।

Apply For NIOS Vacancy 2023 | GROUP ‘B’ POSTS Post Details

GROUP ‘B’NIOS: খালী পদসমূহ​ৰ বিৱ​ৰণ তলত দিয়া হৈছে:-

SLNOName of the PostSalaryEducational qualification
5Section OfficerLevel-7
(₹44900-142400)
Second Class Graduate from a recognized University.
SLNOName of the PostSalaryEducational qualification
6Public Relation OfficerLevel-7
(₹44900-142400)
i)2nd class Master’s degree in any subject
and
ii) Diploma in Public Relation and advertising or Mass communication or
Journalism.
SLNOName of the PostSalaryEducational qualification
7EDP SupervisorLevel-6 (₹35400-112400)i) Bachelor’s degree from a recognized University with Post Graduate
Diploma in Computer Application/Hardware Engineering or its equivalent and
ii) 3 Years experience in programming and system Development in reputed
big firms.
SLNOName of the PostSalaryEducational qualification
8Graphic ArtistLevel-6
(₹35400-112400)
i) Second class Graduate with Diploma in Fine Arts from a recognized
University/Institutions.
ii) Certificate in Multimedia from a reputed Institution recognized by
Department of Electronic.
iii) Proficiency in computer Animation/Preparation of Multimedia Packages.
iv) Working knowledge of Hindi and English.
SLNOName of the PostSalaryEducational qualification
9JUNIOR ENGINEER (ELECTRICAL)Level-6 (₹35400-112400)i) 3 years diploma in Electrical Engineering or Degree in Electrical
Engineering from a recognized institute or university.
ii) 3 years professional experience in Electrical Engineering and
maintenance work in officer under Central or State Govt. or University or
Statutory or Autonomous Organization or recognized institution.

JUNIOR ENGINEER (ELECTRICAL)-পদৰ বাবে হিন্দী আৰু ইংৰাজী ভাষাৰ লগতে কম্পিউটাৰ কাৰ্যকলাপৰ দক্ষতা or যোগ্য়তাৰ প্ৰ​য়োজন।

Apply For NIOS Vacancy 2023|GROUP ‘C’ POSTS

SLNOName of the PostSalaryEducational qualification
10ASSISTANTLevel-4 (₹25500-81100)i) Senior Secondary from a recognized Board
ii) Proficiency in office procedure, noting, drafting, knowledge of Government
Rules and Regulations
iii) Knowledge of Hindi and English and Computer operations

SLNOName of the PostSalaryEducational qualification
11StenographerLevel-4 (₹25500-81100)i) Senior Secondary from a recognized Board
ii) Certificate or Diploma in Secretarial Practice from a recognized institution.
and

iii) Speed in shorthand in English or Hindi @80 w.p.m. with computer speed of 8000 key depressions per hour.
SLNOName of the PostSalaryEducational qualification
12Junior AssistantLevel-2
(₹19900-63200)
i) Senior Secondary from a recognized Board
ii) Working on computers with a speed of not less than 6000 key depressions per hour
iii) Working knowledge of Hindi and English
SLNOName of the PostSalaryEducational qualification
13Multi Tasking Staff
(MTS)
Level-1
(₹18000-56900)
Primary School Pass

Please Note: যোৱা 9 নৱেম্বৰ, 2022 তাৰিখৰ f Junior Engineer (Electrical) পদৰ বাবে তালিকাভুক্ত কৰা প্ৰাৰ্থীসকলে আকৌ আবেদন কৰাৰ প্ৰয়োজন নাই

Apply For NIOS Vacancy 2023 Application Fees

আগ্ৰহী প্ৰাৰ্থীসকলে এই খালী পদবোৰৰ বাবে আবেদন মাচুল (অনলাইন) পৰিশোধ কৰিব লাগিব।

NIOS Application Fess-ৰ অধিক তথ্য় তলত দিয়া হৈছে:-

SLNOClassification of PostApplication Fees
1Group ‘A’ (UR/OBC)₹1500/-
2Group ‘B’ & ‘C’ (UR/OBC)₹1200/-
3Group ‘A’ (SC/ST/EWS)₹750/-
4Group ‘B’ (SC/ST)₹750/-
5Group ‘B’ & ‘C’ (EWS)₹600/-
6Group ‘C’ (SC/ST)₹500/-

মন কৰিব যে- ₹৫০ অনলাইন প্ৰচেছিং মাচুল হিচাপে (আবেদন মাচুলৰ বাহিৰে) মাচুল প্ৰাৰ্থীৰ লোৱা হব।

অৱশ্যে, নিম্নতম ৪০% বিকলাঙ্গতা থকা পিডব্লিউডি শ্ৰেণীবোৰক ইয়াৰ পৰা ৰেহাই দিয়া হৈছে।

Apply For NIOS Vacancy 2023 | Required Documents

NIOS ২০২৩ খালী পদ​ৰ আগ্ৰহী প্ৰাৰ্থীসকলক আবেদন কৰাৰ আগতে বা অনলাইনত প্ৰপত্ৰ দাখিলৰ আগতে নিম্নলিখিতবোৰ পঢ়িবলৈ অনুৰোধ কৰা হৈছে।

আপুনি যিকোনো NIOS খালী পদৰ বাবে আবেদন কৰাৰ আগতে, আপুনি নিম্নলিখিত নথিপত্ৰৰ সৈতে সাজু হ’ব লাগিব।

  1. শৈক্ষিক প্ৰমাণপত্ৰৰ প্ৰমাণিত প্ৰতিলিপি।
  2. অনুসূচীত জাতি (SC), অনুসূচীত জনজাতি(ST), OBC আবেদনকাৰীসকলৰ বাবে জাতিৰ প্ৰমাণপত্ৰ।
  3. EWS প্ৰাৰ্থীৰ বাবে অৰ্থনৈতিকভাৱে দুৰ্বল শাখাৰ (Economically Weaker Section) প্ৰমাণপত্ৰ।
  4. 40% তকৈ অধিক বিকলাঙ্গতা থকা PwD প্ৰাৰ্থীৰ বাবে বিকলাঙ্গতা প্ৰমাণপত্ৰ।
  5. প্ৰাক্তন সৈনিকৰ স্থিতিৰ বাবে প্ৰমাণপত্ৰ (প্ৰাক্তন সৈনিকৰ বাবে)।
  6. অভিজ্ঞতাৰ প্ৰতিটো দাবী কৰা সময়ৰ বাবে অভিজ্ঞতা প্ৰমাণপত্ৰ (Experience certificate)।

Apply For NIOS Vacancy | How To Apply?

প্ৰাৰ্থীসকলে কেৱল এনআইঅ’এছ ৱেবছাইট https://nios.cbtexam.in-ৰ জৰিয়তে অনলাইন আবেদন কৰিব লাগিব।

এপ্লিকেচনৰ অন্য কোনো পদ্ধতিত গ্ৰহণ কৰা নহ’ব।

আৱেদনকাৰীসকলে তেওঁলোকৰ আবেদন পত্ৰৰ কোনো হাৰ্ড কপি দাখিল কৰাৰ প্ৰয়োজন নাই।

অনলাইন আৱেদনসমূহ ২১ ডিচেম্বৰ ২০২৩ (নিশা ১১.৫৯ বজাত) লৈকে দাখিল কৰিব পাৰি ।

পদটোৰ বাবে আবেদন কৰাৰ আগতে, প্ৰাৰ্থীসকলৰ এটা বৈধ EMAIL ID আৰু MOBILE NUMBER থাকিব লাগিব, যি নম্বৰৰ জৰিয়তে তেওঁ / তাই অনলাইন এপ্লিকেচন পৰ্টেলত পঞ্জীয়ন কৰিব।

EMAIL ID-ত পৰীক্ষা, দক্ষতা পৰীক্ষা, সাক্ষাৎকাৰ আদি সম্পৰ্কে সকলো যোগাযোগ কেৱল কৰা হ’ব।

যি কোনো আপডেটৰ বাবে এনআইঅ’এছ ৱেবছাইট নিয়মীয়াকৈ এই বিজ্ঞাপনৰ সৈতে সম্পৰ্কিত বিৱৰণ চাব পাৰে।

Conclusion

NIOS ২০২৩ খালী পদ​ৰ আবেদনৰ আগতে NIOS Vacancy Advertisement-খন ভালদৰে পঢ়ি চাব।

চৰকাৰী চাকৰি বিচাৰি থকা সকলৰ বাবে Apply For NIOS Vacancy 2023-এটা ডাঙৰ সুযোগ।

প্ৰাৰ্থীসকলে একাধিক পদৰ বাবে আবেদন কৰিব পাৰে আৰু সকলো পদই সৰ্বভাৰতীয় স্থানান্তৰৰ দায়বদ্ধতা বহন কৰে।

নিৰ্বাচিত প্ৰাৰ্থীসকলক পোষ্ট কৰা হ’ব মুখ্য কাৰ্যালয় or ইয়াৰ বিভিন্ন অংশত অৱস্থিত ইয়াৰ আঞ্চলিক/উপ-আঞ্চলিক কেন্দ্ৰসমূহত।

যদি আপোনাক কোনো সহায়ৰ প্ৰয়োজন হয়, অনুগ্ৰহ কৰি তলত মন্তব্য কৰক।

Join Our WhatsApp GroupJoin WhatsApp
Join Our Telegram GroupJoin Telegram
Official AdvertisementNotice Download
Direct Link To Apply OnlineApply Here

Also read pmindia scheme Indian Navy Apprentice Recruitment 2023

WhatsApp Group Join Now
Telegram Group Join Now

Leave a Comment