54th International Film Festival of India: ভাৰতীয় ৫৪তম আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ ২০২৩

54th International Film Festival of India | IFFI: ভাৰতীয় ৫৪তম আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ ২০২৩: ২০ নৱেম্বৰৰ পৰা ২৮ তাৰিখ, ২০২৩ লৈ ভাৰতীয় ৫৪ তম আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ গোৱা (Goa)-ত সকলোকে আকৰ্ষিত কৰিবলৈ সাজু হৈছে।

এই মহোৎসৱ আমাৰ সকলোৰে প​ৰিচিত নাম – নেচনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পোৰেচন লিমিটেড (National Film Development Corporation Limited)ৰ দ্বাৰা আয়োজিত।

ইয়াৰ লগতে গালা প্ৰিমিয়াৰ উন্মোচন ক​ৰা হ’ব।

এই চলচ্চিত্ৰ মহোৎসৱৰ উদ্দেশ্য হৈছে চলচ্চিত্ৰ তাৰকা আৰু দৰ্শকৰ মাজত পোনপটীয়া সম্পৰ্ক স্থাপন কৰা।

মহোৎসৱৰ মূল উদ্দেশ্য হৈছে চলচ্চিত্ৰ প্ৰদৰ্শন আৰু সৰ্বশ্ৰেষ্ঠ ছবিসমূহ বাছনি কৰা।

চলমান খানৰ দ্বাৰা প্ৰযোজিত আৰু উদীয়মান প্ৰতিভা প্ৰদৰ্শন কৰা “ফাৰে ” or Farrey (হিন্দী)ৰ দ্বাৰা মহোৎসৱৰ ওপৰত আলোকপাত কৰা হ’ব।

ভাৰতীয় ৫৪তম আন্তৰ্জাতিক চলচ্চিত্ৰ | 54th International Film Festival of India (IFFI)

অৰবিন্দ স্বামী (Arvind Swami), বিজয় সেতুপতি (Vijay Sethupathy)ৰ সৈতে নিৰ্বাক চলচ্চিত্ৰ “গান্ধী টকচ” or Gandhi Talks মুখ্য স্থান প্ৰপ্ত ক​ৰিব।

ইয়াৰ ওপ​ৰিও, অদিতি ৰাও হায়দৰী ( Aditi Rao Hydari ), লগতে পংকজ ত্ৰিপাঠী (Pankaj Tripathi) অভিনীত এখন হিন্দী ছবিৰ আগমন দেখা যাব।

যাৰ নাম হল -“কদক সিং” or Kadak Singh

54th International Film Festival IFFI ভাৰতীয় ৫৪তম আন্তৰ্জাতিক চলচ্চিত্ৰ

Also read যাৰ লগত শ্বাহৰুখ খানে এতিয়াও কাম ক​ৰা নাই

এই ছবিত এ.আৰ. ৰহমান (A. .R. Rahman)-ৰ সংগীতৰচনা ক​ৰিছে।

আন এখন ছবি নিচাৰ্গ বৈদ্য (Nisarg Vaidya)-ৰ ছবি হাৰী ওম হাৰী or Hurry Om Hurry, য’ত সিদ্ধাৰ্থ ৰান্ধেৰিয়া অভিনয় ক​ৰিছে।

Hurry Om Hurry হৈছে এক চিনেমা গুজৰাটী।

আনকি, নৱাজুদ্দিন চিদ্দিকীৰ সৈতে “Rautu Ki Beli” (হিন্দী) ছবি , আৰু বিজয় ৰাঘবেন্দ্ৰ (Vijay Raghvendra) অভিনীত “গ্ৰে গেমছ” ছবিও মুখ্য আকৰ্ষণৰ কেন্দ্ৰ হব।

Grey Games এক কানাড়া ভাষাৰ ছবি।

IFFI আহিব লগিয়া আন ৱেব অৰিজিনেল চিৰিজসমূহ (Original series)ৰ নাম হল- ১. ধুথা or Dhootha (তেলেগু) ।

য’ত নাগা চৈতন্য (Naga Chaitanya) আৰু পাৰ্বতী থিৰুভোথু (Parvathy Thiruvothu) কাম কৰিছে।

২. আৰ্য (Arya) অভিনীত “দ্য ভিলেজ” or The Village (তামিল)।

ইয়াৰ ওপ​ৰিও, এছিয়াৰ প্ৰিমিয়াৰৰ ভিতৰত অন্তৰ্ভুক্ত ক​ৰা হৈছে –

অক্ষয় অবেৰয় (Akshay Oberoi), আৰু উৰ্বশী ৰৌতেলা (Urvashi Rautela)-ৰ সৈতে “দিল হে গ্ৰে” or Dil Hai Gray (হিন্দী)।

আৰু আন খন ছবিৰ নাম হ’ল তৰচেম সিঙ (Tarsem Singh)ৰ “ডিয়াৰ জাচি” or Dear Jassi (পাঞ্জাৱী)।

Also read 2023 দাদাচাহেব ফালকে বঁটা

Read more চলচ্চিত্ৰ আদিপুৰুষ

Also read ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

WhatsApp Group Join Now
Telegram Group Join Now

Leave a Comment