চলচ্চিত্ৰৰ বাবে ২০০ কোটি: হয়, আপুনি হয়তো সঠিক বাতৰিটো পাইছে । যিটো আজি ট্ৰেণ্ডিং হৈ আছে – ২০০ কোটি টকাৰ অভিনেতা।
For New Updates, Join টেলিগ্ৰাম (Telegram)
এজন ভাৰতীয় অভিনেতা যিয়ে তেওঁৰ আহিব লগীয়া চলচ্চিত্ৰ খনৰ বাবে ২০০ কোটি টকা লৈছে।
আপুনি ভাবিব পাৰে যে অভিনেতাজন চলমান, শ্বাহৰুখ, অক্ষয়, প্ৰভাস, আল্লু অৰ্জুন, ৰাম চৰণ বা এনটিআৰ(NTR) হ’ব পাৰে।
কিন্তু দুৰ্ভাগ্যবশতঃ, অভিনেতাজন তেওঁলোক নহয়।
Also read বিগ বছ অ’টিটি 2 প্ৰিমিয়াৰ আৰম্ভ!
আমি এটা সূত্ৰ দিব পাৰোঁ, তেওঁ দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ।
এই বাতৰি ইতিমধ্যে ইণ্টাৰনেটত ভাইৰেল(Viral) হৈ পৰিছে -Who is the Indian actor charged Rs 200 crore per film more than Prabhas and SRK.
কোনখন চলচ্চিত্ৰৰ বাবে ২০০ কোটি টকা ?
বলীউডত বহুতো ডাঙৰ অভিনেতা নাম আছে , যি প্ৰতিখন চলচ্চিত্ৰত ১০০ কোটি টকাৰ অধিক মূল্য আদায় কৰিছে।
উদাহৰণস্বৰূপে (for example ) বাতৰি অনুসৰি, প্ৰভাসক অদিপুৰুষত ভগৱান ৰামৰ চৰিত্ৰৰ বাবে ১০০ কোটি টকাতকৈও অধিক পৰিশোধ কৰিছে।
প্ৰতিবেদন অনুসৰি, আহিবলগীয়া চলচ্চিত্ৰৰ নাম হৈছে “লিঅ”(Leo) যাক এজিএছ এণ্টাৰটেইনমেণ্টৰ (AGS Entertainment) বেনাৰত নিৰ্মাণ কৰা হৈছে।
এই চলচ্চিত্ৰখনত অভিনেত্ৰী তৃষা কৃষ্ণনে মুখ্য চৰিত্ৰত অভিনয় কৰিব।
চিনেমাখনত, সঞ্জয় দত্তই খলনায়কৰ চৰিত্ৰত অভিনয় কৰিব।
সঞ্জয় দত্তই ইতিমধ্যে চলচ্চিত্ৰ- কেজিএফ 2 (KGF 2)-ত, তেওঁৰ উৎকৃষ্ট অভিনয়ৰ বাবে জনপ্ৰিয়তা লাভ কৰিছে।
তামিল চিনেমা-থালাপতি বিজয়ৰ চুপাৰষ্টাৰে এই লিঅ’ চলচ্চিত্ৰখনৰ বাবে ২০০ কোটিতকৈও অধিক পৰিশোধ কৰিব।
চিনেমাখন , এখন গেংষ্টাৰ-থ্ৰিলাৰ চলচ্চিত্ৰ জানিব পৰা গ’ল।
এতিয়া, যোচেফ বিজয় চন্দ্ৰশেখ (Joseph Vijay Chandrasekhar) ৰ ভাৰতৰ সৰ্বাধিক উপাৰ্জন কৰা অভিনেতা।
তেওঁ ১৯৮৪ চনত ভেত্ৰী (Vetri) ছবিৰ সৈতে চিনেমা কেৰিয়াৰ আৰম্ভ কৰিছিল।
বিজয়ৰ প্ৰথম সফলতা ছবি আছিল পুভে উনাক্কাগাৰ (Poove Unakkaga) ,১৯৯৬।
কেৱল সেয়াই নহয়, বিজয়ে কুশী (Kushi) আৰু প্ৰিয়ামানাভালে (Priyamaanavale)ৰ দৰে ছবিৰ বাবে সমালোচক আৰু বাণিজ্যিক ভাৱে সফলতা লাভ কৰিছিল।
চলচ্চিত্ৰ গীত -“না ৰেডি (Naa Ready)” ইতিমধ্যে ইউটিউব(YouTube)ৰ ট্ৰেণ্ডিং তালিকাত আছে।
ইতিমধ্যে, লিঅ ট্ৰেইলাৰ ২মিলিয়ন লাইক(Like) কৰা হৈছে আৰু আজিলৈকে ৫ কোটি ৫৬ লাখৰ দৰ্শকৰ দ্বাৰা চোৱা হৈছে।
চিনেমাখন লোকেশ কানাগাৰাজ (Lokesh Kanagaraj)ৰ দ্বাৰা লিখা আৰু পৰিচালনা কৰা হৈছে।
আশা কৰোঁ, আপুনি এই অনুচ্ছেদটো ভাল লাগিছে আৰু যিমান সম্ভৱ সিমান লোকৰ সৈতে এই প্ৰবন্ধটো share কৰিবলৈ নাপাহৰিব।
Also Read – লগতে পঢ়কঃ
-
Biography of Khudiram Bose:খুদিৰাম বসুৰ জীৱনী
Biography of Khudiram Bose: ১৯০৮ চনৰ ১ মে’ৰ পুৱা বিহাৰৰ মুজাফ্ফৰপুৰৰ ৰে’ল ষ্টেচনত অস্বাভাৱিকভাৱে ভিৰ হৈছিল। পুৰুষ, মহিলা আনকি ছাত্ৰ-ছাত্ৰীসকলেও … Read more
-
Nepal Royal Family 2025: ৰাজনৈতিক বিশৃংখলতাৰ মাজত নেপালৰ ৰয়েল ফেমিলি
Nepal Royal Family 2025 এসময়ত এটা জাতি শাসন কৰা ৰজাজনক যদি হঠাতে ৰাজপথত হাজাৰ হাজাৰ লোকে উভতি মাতিছিল তেন্তে কি … Read more






