বায়োডাটা কেনেদৰে প্ৰস্তুত কৰিব: মৰমৰ বন্ধুসকল, আজি আমি মোবাইলত বায়োডাটা কেনেদৰে ডিজাইন কৰিব পাৰোঁ, সেই বিষয়ে কথা পাতিম।
অনুগ্ৰহ কৰি আমাৰ টেলিগ্ৰাম চেনেলত যোগদান (Join) কৰিবলৈ নাপাহৰিব।
For New Updates, Join টেলিগ্ৰাম (Telegram)
বায়োডাটা অন্য নামসমূহ হৈছে cumulative vitae আৰু Resume.
আমি আপোনাক সৰল ,আকৰ্ষণীয় আৰু পেছাদাৰী বায়োডাটা ফ্ৰী প্ৰদান কৰিম, যিটো আপুনি সহজে ডাউনলোড কৰিব পাৰে আৰু নতুন চাকৰি আবেদনৰ বাবে ব্যৱহাৰ কৰিব পাৰে।
আৰু আমি অসম গেজেটৰ (অংশ-নৱম) – [ASSAM GAZETTE PART -IX] বিষয়েও তথ্য অন্তৰ্ভুক্ত কৰিম।
অসম গেজেটৰ (অংশ-নৱম) – [ASSAM GAZETTE PART -IX]
অসম গেজেট (নৱম খণ্ড) হৈছে ইংৰাজী ভাষাৰ এক প্ৰকাসিত এক চৰকাৰী মানদন্ড প্ৰপত্ৰ।
এই প্ৰপত্ৰ আপুনি চৰকাৰী চাকৰি বা আনকি ব্যক্তিগত চাকৰিৰ বাবেও ব্যৱহাৰ কৰিব পাৰে।
Assam Gazette Form ত, আপুনি আবেদন কৰা চাকৰিৰ পদ, বিভাগৰ বিৱৰণ উল্লেখ কৰিব লাগিব।
Also Read ৫টা অভ্যাসে আপোনাক দুখীয়া কৰি তুলিছে
এই প্ৰপত্ৰ পূৰণ কৰাৰ আগতে, আপুনি নিম্নলিখিত তথ্যসাজু ৰাখিব।
- প্ৰাৰ্থীৰ নাম,
- নিযুক্তি পঞ্জীয়ন নং,
- পৰিয়ালৰ উপাৰ্জনৰ প্ৰমাণপত্ৰ,
- পৰীক্ষা কেন্দ্ৰ (যদি থাকে)
- বৰ্তমান ঠিকনা,
- স্থায়ী ঠিকনা,
- দেউতাৰ নাম,
- জন্ম স্থান,
- ডাকঘৰ,
- আৰক্ষী চকী সহ,
- জিলা,
- শিক্ষাগত অৰ্হতা,
- অন্যান্য অৰ্হতা,
- সম্প্ৰদায়,
- বৰ্তমানৰ জীৱিকা,
Free Download অসম গেজেটৰ (PART -IX)
কেনেদৰে বায়োডাটা প্ৰস্তুত কৰিব?
বায়োডাটা কেনেদৰে প্ৰস্তুত কৰিব:আমাৰ কৰ্ম জীৱনৰ বা কেৰিয়াৰ প্ৰ’ফাইলৰ প্ৰতিটো প্ৰতিনিধিত্বৰ বাবে আমাক এটা বায়োডাটাৰ প্ৰয়োজন।
এটা বায়োডাটাই আপোনাৰ ব্যক্তিত্ব আৰু আপুনি প্ৰয়োগ কৰা পদৰ বাবে উপযুক্ত নে নহয় সেয়া প্ৰতিনিধিত্ব কৰে।
সেয়েহে, যেতিয়া আপুনি বায়োডাটা এটা বনায়, সদায়ে নিম্নলিখিত বিষয়বোৰ মনত ৰাখিব:-
১. আপুনি আপোনাৰ নাম, অৰ্হতা আৰু যোগাযোগ নম্বৰ সঠিকভাৱে উল্লেখ কৰিছে।
২. আপোনাৰ ম’বাইল নম্বৰটো শীৰ্ষত ৰাখিবলৈ চেষ্টা কৰক আৰু যাতে সকলোৰে বাবে দৃশ্যমান হ’য়।
৩. অভিজ্ঞতাৰ বিৱৰণত: তাৰিখ, কোম্পানীৰ নাম আৰু ৰিফ্ৰেঞ্চ নম্বৰ (A reference person contact number) ৰ সৈতে আপোনাৰ কামৰ অভিজ্ঞতা সঠিকভাৱে উল্লেখ কৰক।
৪. আপোনাৰ ৰুচিৰ (hobbies) বিষয়ে লিখক।
৫. আপোনাৰ বায়োডাটাৰ সৈতে কভাৰ লেটাৰ (Cover letter) যোগ দিবলৈ নাপাহৰিব।
৬. আপুনাৰ ফটো আৰু স্বাক্ষৰ দিবলৈ নাপাহৰিব
কোন ছফটৱেৰত বায়োডাটা প্ৰস্তুত কৰিব?
এটা বায়োডাটা ডিজাইন কৰিবলৈ আপোনাক ৱৰ্ড প্ৰচেছিং ছফ্টৱেৰৰ প্ৰয়োজন।
কাৰণ, এই প্ৰকাৰৰ ছফ্টৱেৰবোৰত আপোনাৰ বায়োডাটাটো (Bio-data) আকৰ্ষণীয় কৰি তুলাৰ বহুতো সঁজুলি থাকে।
আপুনি ৰিজিউমি টেমপ্লেট(Resume template) ব্যৱহাৰ কৰিব পাৰে, যি ৰিজিউমি বা বায়োডাটা নিৰ্মাণ কৰিবলৈ সহজ আৰু সৰল।
উদাহৰণ:
- MS Word
- Google Docs
বায়োডাটা টেমপ্লেট
বায়োডাটা টেমপ্লেট অৰ্থ হৈছে এটা ফাইল বা সম্পাদনাযোগ্য দস্তাবেজ(editable file), যাক সহজে সম্পাদনা কৰিব পাৰি।
আপুনি ইণ্টাৰনেটত বহুতো বিনামূলীয়া বায়োডাটা টেমপ্লেট পাব পাৰে। এই বায়োডাটা টেমপ্লেট বিনামূলীয়া বা প্ৰিমিয়ামৰ অধীনত আহে।
আমি আপোনাক বিনামূলীয়া বায়োডাটা টেমপ্লেট দিম, যি আপুনি ব্যৱহাৰ কৰিব পাৰিব।
আমি তলত বায়োডাটা টেমপ্লেট এটা স্ক্ৰীণশ্বট দিছোঁ:

মন কৰিব যে বায়োডাটা টেমপ্লেট পিডিএফ ফৰ্মেটত ডাউনলোড নকৰিব কিয়নো ইয়াক সলনি (edit) কৰাটো সহজ নহয়।
ৰিজিউমি টেমপ্লেটসমূহ ক’ত বিচাৰিব (Where to Find Resume Templates)
বায়োডাটা টেমপ্লেটবোৰ ক’ত বিচাৰি’ব?
মৰমৰ বন্ধুসকল, আমি কেইটামান ৱেবছাইট তালিকাভুক্ত কৰিছোঁ, য’ৰ পৰা আপুনি বায়োডাটা টেমপ্লেট ডাউনলোড (bio-data template download) কৰিব পাৰে।
ৰিজিউমি অনলাইন এডিটিং কেনেকে কৰিব ? (Online Biodata Editing)
আপুনি ৱেবছাইট কেনভা ব্যৱহাৰ কৰি অনলাইন বায়োডাটা বনাব পাৰিব।
তাৰবাবে,আপুনি কেনভা ৱেবছাইটটো ভিজিট কৰিব পাৰে, সংযুক্ত লিংকৰ পৰা।
১. ৰিজিউমি (Resume) – Link
২. ৰিজিউমি (Resume) – Link
৩. ৰিজিউমি (Resume) – Link
৪. ৰিজিউমি (Resume) – Link
৫. ৰিজিউমি (Resume)-Link

আপুনি ওপৰোক্ত ৰিজিউমি বা বায়োডাটা টেমপ্লেট সহজে edit কৰিব পাৰে আৰু সহজে ইমেইল(email) হিচাপে share কৰিব পাৰে বা আপোনাৰ ম’বাইল বা পিচি (pc) ত ডাউনলোড কৰিব পাৰে।
আনকি, আপুনি এই বায়োডাটা হোৱাটছএপ (WhatsApp) ত ভাগ বতৰা (share) কৰিব পাৰে।
অৱশেষত, আমি আপোনাক এই ব্লগপোষ্টটো আপোনাৰ বন্ধুবৰ্গৰ সৈতে ভাগ বতৰা কৰিবলৈ পৰামৰ্শ দিম, যি তেওঁলোকক কোনো সমস্যা নোহোৱাকৈ তেওঁলোকৰ বায়োডাটা প্ৰস্তুত কৰাত সহায় কৰিব।
Also Read – লগতে পঢ়কঃ
-
After 2023 Violence PM Narendra Modi in Manipur:২০২৩ চনৰ হিংসাৰ পিছত মণিপুৰত প্ৰথমবাৰ মোডী
After 2023 Violence PM Narendra Modi in Manipur যদি আপুনি উত্তৰ-পূবৰ বাতৰিসমূহ অনুসৰণ কৰি আহিছে, তেন্তে আপুনি জানে ২০২৩ চনৰ … Read more
-
Movie Mirai Review in Assamese: Mirai Movie ৰিভিউ
Movie Mirai Review in Assameseটলিউডৰ আন এক চিনেমা,এইবাৰ ই কেৱল মনোৰঞ্জনতকৈও অধিক হ’ব এই চিনেমা৷ Mirai হ’ল তেজা সাজ্জা অভিনীত … Read more
-
Mahindra XUV700 Price Drop: নৱৰাত্ৰীৰ আগত ডাঙৰ Discount 🚙
Mahindra XUV700 Price Drop: যদি আপুনি ঘৰলৈ নতুন এছ ইউ ভি এখন আনিবলৈ অপেক্ষা কৰি আছিল, তেন্তে এতিয়াই হৈছে নিখুঁত … Read more






